ETV Bharat / state

জাগীৰোড আৰু কাছাৰ কাগজ কল পুনৰুজ্জীৱিত কৰণৰ দাবীত চি পি (আই) এমৰ 2ঘন্টীয়া প্ৰতিবাদ - DHUBRI

শীঘ্ৰেই কাগজ কল দুখন পুনৰুজ্জীৱিত কৰাৰ লগত ২৭ মাহৰ দৰমহা মোকোলাই দি চি পি (আই) এমে ভুক্তভোগী পৰিয়াল বোৰৰ যাৱতীয় খৰচ আৰু তেওঁলোকৰ সন্তানৰ লিখা পঢ়াৰ সম্পূৰ্ণ খৰচ বহন কৰাৰ দাবী উত্থাপন কৰে লগতে দাবী সমূহ লিপিবদ্ধ কৰি উপায়ুক্তৰ জৰিয়তে অসমৰ মুখ্যমন্ত্ৰীলৈ এখন স্মাৰক পত্ৰ প্ৰেৰন কৰে ।

জাগীৰোড আৰু কাছাৰ কাগজ কল পুনৰুজ্জীৱিত কৰণৰ দাবীত চি পি (আই) এমৰ 2ঘন্টীয়া প্ৰতিবাদ
author img

By

Published : May 16, 2019, 7:25 PM IST

ধুবুৰী, 16 মেঃ ধুবুৰীত চি পি (আই) এমৰ প্ৰতিবাদ । জাগীৰোড আৰু কাছাৰ কাগজ কল পুনৰুজ্জীৱিত কৰাৰ বাবে তিনি দফীয়া দাবীত 2 ঘন্টীয়া প্ৰতিবাদ চি পি (আই) এমৰ । জাগীৰোডৰ হিন্দুস্থান কাগজ নিগম আৰু কাছাৰৰ পাঁচ গ্ৰামত থকা কাগজ কল পুনৰুজ্জীৱিত কৰাৰ বাবে অসম চৰকাৰৰ বিৰুদ্ধে বিভিন্ন প্ৰতিবাদী শ্লোগানেৰে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰা পৰিলক্ষিত হয়।

দৰাচলতে, ২০১৫ চনত কাছাৰৰ পাঁচ গ্ৰামত থকা কাগজ কল বন্ধ হোৱাৰ বিপৰীতে ২০১৭ চনত বন্ধ হয় জাগীৰোডত অৱস্থিত হিন্দুস্থান কাগজ নিগম। সেই সময়ৰ পৰা দুয়োখন কাগজকলৰ সৈতে প্ৰত্যক্ষ আৰু পৰোক্ষভাবে জড়িত থকা হাজাৰ হাজাৰ কৰ্মচাৰীকে ধৰি প্ৰায় দুই লক্ষাধিক লোকৰ মাজত হাহাকাৰৰ সৃষ্টি হৈ আহিছে৷

জাগীৰোড আৰু কাছাৰ কাগজ কল পুনৰুজ্জীৱিত কৰণৰ দাবীত চি পি (আই) এমৰ 2ঘন্টীয়া প্ৰতিবাদ

সেয়ে শীঘ্ৰেই কাগজ কল দুখন পুনৰুজ্জীৱিত কৰাৰ লগত ২৭ মাহৰ দৰমহা মোকোলাই দি চি পি (আই) এমে ভুক্তভোগী পৰিয়াল বোৰৰ যাৱতীয় খৰচ আৰু তেওঁলোকৰ সন্তানৰ লিখা পঢ়াৰ সম্পূৰ্ণ খৰচ বহন কৰাৰ দাবী উত্থাপন কৰে লগতে দাবী সমূহ লিপিবদ্ধ কৰি উপায়ুক্তৰ জৰিয়তে অসমৰ মুখ্যমন্ত্ৰীলৈ এখন স্মাৰক পত্ৰ প্ৰেৰন কৰে ।

Intro: ধুবুৰীত চি পি (আই) এমৰ প্ৰতিবাদ। জাগীৰোড আৰু কাছাৰ কাজল কল পুনৰজীৱিত কৰাকে ধৰি তিনি দফীয়া দাবীত দুই ঘন্টিয়া বিক্ষোভ কাৰ্য্যসূচীৰে প্ৰতিবাদ চি পি (আই) এমৰ।

Body: হয়, ধুবুৰীত চি পি (আই) এমৰ প্ৰতিবাদী কাৰ্য্যসূচী। অসমৰ জাগীৰোডত থকা হিন্দুস্থান কাগজ নিগম আৰু কাছাৰৰ পাঁচ গ্ৰামত থকা কাজল কল পুনৰজীৱিত কৰাকে ধৰি দুই দফীয়া দাবীত দুই ঘন্টিয়া বিক্ষোভ কাৰ্য্যসূচীৰে আজি প্ৰতিবাদ সাব্যস্ত কৰিলে চি পি (আই) এমে। অসম চৰকাৰৰ বিৰুদ্ধে বিভিন্ন প্ৰতিবাদী শ্লোগানেৰে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰা পৰিলক্ষিত হয়।

দৰাচলতে, ২০১৫ চনত কাছাৰৰ পাঁচ গ্ৰামত থকা কাজল কল বন্ধ হোৱাৰ বিপৰীতে ২০১৭ চনত বন্ধ হয় জাগীৰোডত অৱস্থিত হিন্দুস্থান কাগজ নিগম। তেতিয়াৰ পৰাই দুয়োখন কাগজকলৰ সৈতে প্ৰত্যক্ষ আৰু পৰোক্ষভাবে জড়িত থকা হাজাৰ হাজাৰ কৰ্মচাৰীকে ধৰি প্ৰায় দুই লক্ষাধিক লোকৰ মাজত হাহাকাৰৰ সৃষ্টি হৈছে। আনকি বিগত ২৭ মাহে দৰমহা বন্ধ হৈ আছে ইয়াৰ কৰ্মচাৰী সকলৰ। যাৰ ফলত চৰম অৰ্থ সংকটত পৰি ইতিমধ্যে ৫৫ গৰাকী কৰ্মচাৰী আত্মহত্যা কৰিবলগীয়া হৈছে। বৰ্তমান কাগজ কল দুখনৰ সৈতে জড়িত থকা পৰিয়ালবোৰৰ দুখ কুলাই পাচিয়ে নধৰা হৈছে যদিওঁ এই ক্ষেত্ৰত চৰকাৰে গুৰুত্ব নিদিয়া চৰকাৰে পুঁজিপতিৰ হৈ কাম কৰি অহাৰ অভিযোগ উত্থাপিত কৰিছে চি পি (আই) এমে। শীঘ্ৰেই কাগজ কল দুখন পুনৰজীৱিত কৰাৰ লগত ২৭ মাহৰ দৰমহা মোকোলাই দি ভুক্তভোগী পৰিয়াল বোৰৰ যাবতীয় খৰচ আৰু তেওঁলোকৰ সন্তানৰ লিখা পঢ়াৰ সম্পূৰ্ণ খৰচ বহন কৰাৰ দাবী উত্থাপন কৰিছে চি পি (আই) এমে।

Conclusion: উল্লেখযোগ্য যে, কাগজ কল দুখন পুনৰজীৱিত নোহোৱালৈকে কাগজ কলৰ সৈতে জড়িত থকা পৰিয়ালবোৰৰ যাবতীয় ভৰণ পোষণ, চিকিৎসা সেৱা আৰু সন্তানৰ লিখা পঢ়াৰ যাবতীয় খৰচ চৰকাৰী ভাবে যোগান ধৰিবলৈ দাবী জনাই জিলা উপায়ুক্তৰ জৰিয়তে অসমৰ মুখ্যমন্ত্ৰী লৈ এখন স্মাৰক পত্ৰ প্ৰদান কৰে।

ধুবুৰীৰ পৰা সাহানুৰ ইছলাম, ইটিভি ভাৰত, অসম।।
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.