ETV Bharat / state

ধুবুৰীৰ বজাৰে বজাৰে মহিলা কংগ্ৰেছীৰ ভোট ভিক্ষা

author img

By

Published : Apr 15, 2019, 9:32 AM IST

কংগ্ৰেছ প্ৰাৰ্থী আবু তাহেৰ বেপাৰীৰ হৈ ধুবুৰী চহৰৰ বজাৰত মহিলাৰ প্ৰচাৰ

ধুবুৰীৰ বজাৰে বজাৰে ভোট ভিক্ষা মহিলা কংগ্ৰেছীৰ

ধুবুৰী, 15 এপ্ৰিলঃলোকসভা নিৰ্বাচনত নিজ প্ৰাৰ্থীক শাসনলৈ আনিবৰ বাবে এইবাৰ ৰাজপথলৈ ওলাই আহিল মহিলা কংগ্ৰেছী ৷ মহিলা কংগ্ৰেছৰ সভানেত্ৰী বেবী বেগমৰ নেতৃত্বত এদল মহিলা কংগ্ৰেছীয়ে হাতত বেনাৰ লৈ কংগ্ৰেছ প্ৰাৰ্থী আবু তাহেৰ বেপাৰীৰ হৈ ধুবুৰী চহৰৰ বজাৰত চলালে নিৰ্বাচনী প্ৰচাৰ।

ধুবুৰীৰ বজাৰে বজাৰে ভোট ভিক্ষা মহিলা কংগ্ৰেছীৰ

উল্লেখযোগ্য যে, তৃতীয় পৰ্যায়ৰ নিৰ্বাচন যিমানেই কাষ চাপিছে সিমানেই তৎপৰতা বৃদ্ধি পাইছে বিভিন্ন ৰাজনৈতিক দলৰ মাজত। বিভিন্ন দলৰ সমান্তৰালকৈ কংগ্ৰেছৰ ফালৰ পৰাও এইদৰে প্ৰচাৰ চলোৱা হয়।

Intro: ধুবুৰীত বজাৰে বজাৰে ভোট ভিক্ষা মহিলা কংগ্ৰেছৰ। ধুবুৰী জিলা মহিলা কংগ্ৰেছৰ সভানেত্ৰীৰ নেতৃত্বত এজাক মহিলা কংগ্ৰেছীয়ে ধুবুৰীৰ বজাৰত চলালে নিৰ্বাচনী প্ৰচাৰ।

Body: হয়, এইদৰেই ধুবুৰীত বজাৰে বজাৰে ভোট ভিক্ষা কৰিছে মহিলা কংগ্ৰেছে। ধুবুৰী জিলা মহিলা কংগ্ৰেছৰ সভানেত্ৰী বেবী বেগমৰ নেতৃত্বত এজাক মহিলা কংগ্ৰেছীয়ে হাতত কংগ্ৰেছ প্ৰাৰ্থী আবু তাহেৰ বেপাৰীৰ হৈ ধুবুৰী চহৰৰ বজাৰত চলালে নিৰ্বাচনী প্ৰচাৰ। উল্লেখযোগ্য যে, তৃতীয় পৰ্য্যায়ৰ নিৰ্বাচন যিমানেই ওচৰ চাপিছে সিমানেই তৎপৰতা বৃদ্ধি পৰিছে বিভিন্ন ৰাজনৈতিক দলৰ মাজত। বিভিন্ন দলৰ সমান্তৰাল কৈ কংগ্ৰেছৰ ফালৰ পৰাও এইদৰে প্ৰচাৰ চলোৱা হয়। বিজেপি চৰকাৰৰ দিনত মূল্যবৃদ্ধি আদি কৰি কেইটামান মূল ইচ্ছু লৈ নিৰ্বাচনী প্ৰচাৰ চলাইছে কংগ্ৰেছে।

Conclusion: বজাৰৰ প্ৰতিটো ব্যৱসায়ী প্ৰতিষ্ঠানত উপস্থিত হৈ ব্যৱসায়ী সকলৰ পৰা ভোট ভিক্ষা কৰিছে যদিওঁ ব্যৱসায়ী সকলে কি ধৰণৰ সঁহাৰি দিয়ে সেয়া স্পষ্ট হব নিৰ্বাচনী ফলাফলত।।

ধুবুৰীৰ পৰা সাহানুৰ ইছলাম, ইটিভি ভাৰত, অসম।।
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.