ETV Bharat / state

অধ্যাপক আব্দুল বাতেনলৈ 'ড০ বি আৰ আম্বেদকাৰ ৰাষ্ট্ৰীয় সন্মান পদক'

author img

By

Published : Dec 24, 2020, 8:40 PM IST

ৰাষ্ট্ৰীয় বঁটাৰে সন্মানিত কৰা হ'ল ধুবুৰীৰ ভোলানাথ মহাবিদ্যালয়ৰ অধ্যাপক আব্দুল বাতেনক । ধুবুৰীৰ ভোলানাথ মহাবিদ্যালয়ৰ অধ্যাপকগৰাকীলৈ আগবঢ়োৱা হৈছে ২০২০ বৰ্ষৰ 'ড০ বি আৰ আম্বেদকাৰ ৰাষ্ট্ৰীয় সন্মান পদক' ।

ৰাষ্ট্ৰীয় বঁটাৰে সন্মানিত কৰা হ'ল অধ্যাপক আব্দুল বাতেনক

ধুবুৰী, ২৪ ডিচেম্বৰ: ৰাষ্ট্ৰীয় বিজয় দিৱস সন্মিলনৰ দিনাই ধুবুৰীৰ ভোলানাথ মহাবিদ্যালয়ৰ অধ্যাপক আব্দুল বাতেনলৈ আগবঢ়োৱা হৈছে ২০২০ বৰ্ষৰ 'ড০ বি আৰ আম্বেদকাৰ ৰাষ্ট্ৰীয় সন্মান পদক' । নতুন দিল্লীৰ ড০ আম্বেদকাৰ ভৱনত অনুষ্ঠিত হোৱা বিশেষ অধিৱেশনত 'ড০ বি আৰ আম্বেদকাৰ ৰাষ্ট্ৰীয় সন্মান পদক' প্ৰদান কৰা হয় অধ্যাপকগৰাকীক ।

নতুন দিল্লীৰ বাবু যোগ জীৱন ৰাম কলা সংস্কৃতি তথা সাহিত্য একাডেমিৰ ৰাষ্ট্ৰীয় অধ্যক্ষ ড০ এন এছ খোৱাৰ অধ্যক্ষতাত অনুষ্ঠিত হোৱা অধিৱেশনত অধ্যাপক আব্দুল বাতেনক ৰাষ্ট্ৰীয় বঁটাৰে সন্মানিত কৰা হয় । উক্ত অনুষ্ঠানত দিল্লী চৰকাৰৰ সমাজ কল্যাণ বিভাগৰ মন্ত্ৰী ৰাজেন্দ্ৰ পাল গৌতম, ৰাজ্য সভাৰ সাংসদ ড০ সত্য নাৰায়ণ জটিয়া, লোকসভাৰ সাংসদ ড০ ৰাজকুমাৰ ৰঞ্জন সিংহ আৰু ৰাষ্ট্ৰীয় দলিত সাহিত্য একাডেমিৰ অধ্যক্ষ মনোজ কুমাৰকে ধৰি বহু কেইজন বিশিষ্ট অতিথি উপস্থিত থাকে ।

ৰাষ্ট্ৰীয় সন্মানেৰে সন্মানিত অধ্যাপকগৰাকীয়ে ধুবুৰী জিলাৰ লগতে সমগ্ৰ অসমলৈ গৌৰৱ কঢ়িয়াই আনিছে । উল্লেখ্য যে, ৰাষ্ট্ৰীয় বঁটাপ্ৰাপক আব্দুল বাতেনে কেৱল ভোলানাথ মহাবিদ্যালয়ত অধ্যাপনা কৰাই নহয়, বিভিন্ন সামাজিক কামৰ সৈতেও জড়িত হৈ আহিছে ।

সমাজৰ নিষ্পেষিত, লাঞ্চিত, বঞ্চিত ৰাইজৰ পক্ষত থিয় হৈ অন্যায়ৰ বিৰুদ্ধে যুঁজি অহা অধ্যাপক আব্দুল বাতেনে নিজৰ কৰ্ম দক্ষতাৰে ৰাষ্ট্ৰীয় পৰ্য্যায়ৰ সন্মানৰ লাভ কৰিবলৈ সক্ষম হৈছে ।

লগতে পঢ়ক:ধেমাজিত জিলা ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ মানৱ শৃংখল কাৰ্যসূচী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.