ETV Bharat / state

বিলাসীপাৰাত শোকাৱহ পথ দুৰ্ঘটনা: এজনৰ মৃত্যু - A old Man died in Bilashipara Road Accident

বিলাসীপাৰা চিৰাকুটাত পথ দুৰ্ঘটনাত মৃত্যু হয় এজন ৬৫ বছৰীয়া বৃদ্ধৰ

বিলাসীপাৰাত শোকাৱহ পথ দুৰ্ঘটনা
author img

By

Published : Aug 26, 2019, 11:14 PM IST

বিলাসীপাৰা, 26 আগষ্ট :

  • বিলাসীপাৰা চিৰাকুটাত শোকাৱহ পথ দুৰ্ঘটনা
  • বিলাসীপাৰাৰ পৰা চাপৰ অভিমুখে গৈ থকা মাৰুতি চুজুকি এখনে মহতিয়াই নিয়ে ৬৫ বছৰীয়া বৃদ্ধক
  • গুৰুতৰভাৱে আঘাত প্ৰাপ্ত ব্যক্তিজনক ল'ৱাৰ আসাম হাস্পতাললৈ প্ৰেৰণ কৰে যদিও চিকিৎসাধীন অৱস্থাত মৃত্যু বৃদ্ধ গৰাকীৰ
  • লোকজন বিলাসীপাৰাৰ যমদুৱাৰ ২য় খণ্ড গাঁওৰ ছোহৰাফ আলী বুলি জানিব পৰা গৈছে
  • দুৰ্ঘটনা সংঘটিত কৰা মাৰুতি চুজুকিখনৰ নম্বৰ AS-26A-8093

Intro:বিলাসীপাৰা চিৰাকুটাত শোকাৱহ পথ দুৰ্ঘটনা।
বিলাসীপাৰা পৰা চাপৰ অভিমুখে গৈ থকা মাৰুতি SUZUKI এখনে মহতিয়াই নিয়ে ৬৫ বছৰীয়া বৃদ্ধাক।
গুৰুতৰ আঘাত প্ৰাপ্ত বৃদ্ধাজনক বিলাসীপাৰা চিকিৎসালয় লৈ প্ৰেৰণ কৰা হৈছিল যদিও অৱস্থা সংকটজনক হোৱাৰ বাবে প্ৰেৰণ কৰা হৈছিল বঙাইগাঁৱৰ লোৱাৰ আসাম হস্পিটাল লৈ।
ইতিমধ্যে বঙ্গাইগাঁৱত লোৱাৰ আসামত মৃত্যু হৈছে গুৰুতৰ আঘাত প্ৰাপ্ত বৃদ্ধাগৰাকীৰ।Body:উল্লেখযোগ্য যে বিলাসীপাৰা মহকুমাৰ শালকোচা আৰক্ষী চকীৰ অন্তৰ্গত যমদুৱাৰ ২য় খন্ড গাঁওৰ ছোহৰাফ আলী বুলি জানিব পৰা গৈছে।
দুৰ্ঘটনা কৰা মাৰুতি SUZUKI খনৰ নম্বৰ আছিল AS 26 A 8093.

Conclusion:Bite :- স্হানীয় ৰাইজ

পশ্চিম বিলাসীপাৰা পৰা
আমিনুৰ ইছলাম
ইটিভি ভাৰত অসম।
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.