ETV Bharat / state

ধুবুৰীত তীব্ৰতৰ ড্ৰাগছ বিৰোধী অভিযান

author img

By

Published : May 18, 2019, 7:21 AM IST

ধুবুৰীত জব্দ বৃহৎ পৰিমাণৰ নিচাজাতীয় সামগ্ৰী

ধুবুৰীত তীব্ৰতৰ ড্ৰাগছ বিৰোধী অভিযান

ধুবুৰী 18 মেঃ ধুবুৰী জিলাৰ বিলাসীপাৰাৰ নয়াহাট আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া নুৰুল হুছেইনৰ নেতৃত্বত আৰক্ষীৰ দল এটাই বৃহস্পতিবাৰে নিশা গোপন তথ্যৰ ভিত্তিত নয়াহাট বজাৰত অভিযান চলায় । উক্ত আৰক্ষীৰ অভিযানত বজাৰৰ ভিন্ন স্থানৰ পৰা বৃহৎ পৰিমাণৰ নিচাজাতীয় ঔষধ জব্দ কৰিবলৈ সক্ষম হয়। এই ঘটনাৰ সৈতে জড়িত থকাৰ অভিযোগত সাহাআলম খান নামৰ এজন যুৱকক আটক কৰে আৰক্ষীয়ে। আৰক্ষীয়ে সদৰী কৰা মতে, ৫৭ টা কফ চিৰাপ, আৰু ৭০৮ টা টেবলেট জব্দ কৰা হয় এই অভিযানত৷

sample description
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.