ETV Bharat / state

পূৱ বিলাসীপাৰাত স্প্ৰে মেচিন আৰু চিলাই মেচিন বিতৰণ

author img

By

Published : Oct 31, 2020, 5:06 PM IST

পূৱ বিলাসীপাৰাৰ চাপৰত শনিবাৰে সংখ্যালঘু হিতাধিকাৰীৰ মাজত স্প্ৰে মেচিন আৰু চিলাই মেচিন বিতৰণ। ১০০টা স্প্ৰে মেচিন আৰু ১০টা চিলাই মেচিন বিতৰণ কৰা হয়। অনুষ্ঠানত উপস্থিত থাকে স্থানীয় বিধায়ক বিধায়ক অশোক কুমাৰ সিংহী।

পূৱ বিলাসীপাৰাত সংখ্যালঘু হিতাধিকাৰীৰ মাজত স্প্ৰে মেচিন আৰু চিলাই মেচিন বিতৰণ

পূৱ বিলাসীপাৰা, ৩১ অক্টোবৰ: ধুবুৰীৰ পূৱ বিলাসীপাৰাৰ চাপৰৰ প্ৰগতি ভৱনত স্প্ৰে আৰু চিলাই মেচিন বিতৰণ কাৰ্যসূচী। সংখ্যালঘু হিতাধিকাৰীৰ মাজত ১০০টা স্প্ৰে মেচিন আৰু ১০টা চিলাই মেচিন বিতৰণ কৰে পূৱ বিলাসীপাৰা সমষ্টিৰ বিধায়ক অশোক কুমাৰ সিংহীয়ে। এই অনুষ্ঠানত উপস্থিত থাকে ধুবুৰী পূৱৰ জিলা বি জে পিৰ সভাপতি প্ৰফুল্ল কলিতা আৰু ধুবুৰী পূৱৰ জিলা বিজেপিৰ সংখ্যালঘু উন্নয়ন পৰিষদৰ সভাপতি আনোৱাৰ হুছেইন।

লগতে পঢ়ক:কৃষি আইনৰ বিৰোধিতাৰে প্ৰদেশ কংগ্ৰেছৰ সত্যাগ্ৰহ কাৰ্যসূচী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.