ধুবুৰী, 28 নৱেম্বৰ : পূৱ বিলাসীপাৰাৰ চাপৰত ভয়ংকৰ পথ দুৰ্ঘটনা ৷ দুৰ্ঘটনাত থিতাতে নিহত সাত বছৰীয়া ছাত্ৰী ৷ নিহত ছাত্ৰীগৰাকীৰ নাম আমিনা খাতুন ৷
চাপৰৰ খেৰডুবি 17 নং ৰাষ্ট্ৰীয় ঘাইপথত এখন চাৰি চকীয়া মেক্সিমো বাহনৰ খুন্দাত নিহত হয় ছাত্ৰীগৰাকী । ঘটনা সংঘটিত কৰি পলায়ন কৰে গাড়ীসহ চালক ৷ ঘটনাস্থলীত উপস্থিত হয় শালকোচা আৰক্ষী ৷
লগতে পঢ়ক : গগৈ বনাম মহন্তঃ কোনে দিছিল অসমৰ অৰ্থনীতিক নতুন গতি ?