ETV Bharat / state

জামাল উদ্দিনৰ সংস্পৰ্শত অহা 35 গৰাকী লোকক কোৱাৰাণ্টাইন

জামাল উদ্দিনৰ সংস্পৰ্শত অহা 35 গৰাকী লোকক বৰ্তমানলৈ কোৱাৰাণ্টাইন কৰোৱা হৈছে চাপৰত । ইয়াৰোপৰি মহকুমা স্বাস্থ্য বিষয়াসহ ৬ গৰাকী স্বাস্থ্য কৰ্মীকো কোৱাৰাণ্টাইনত ৰখা হৈছে ।

35 people quarantined at chapar
35 people quarantined at chapar
author img

By

Published : Apr 8, 2020, 5:56 PM IST

চাপৰ, 8 এপ্ৰিলঃ চাপৰত বৰ্তমানলৈ জামাল উদ্দিনৰ সংস্পৰ্শত অহা 35 গৰাকী লোকক কোৱাৰাণ্টাইন কৰোৱা হয় । জামাল উদ্দিনৰ পৰিয়ালৰ ২২ জন সদস্যৰ লগতে তেওঁৰ সংস্পৰ্শত অহা ৬ জন ব্যক্তিৰ টেষ্টৰ নমুনা ইতিমধ্যে সংগ্ৰহ কৰা হৈছে । ইয়াৰোপৰি মহকুমা স্বাস্থ্য বিষয়াসহ ৬ গৰাকী স্বাস্থ্য কৰ্মীকো কোৱাৰাণ্টাইন কৰা হয় । লগতে তবলিগী জামাতৰ লগত জড়িত আন পাঁচ জনক ধুবুৰী চিকিৎসালয়লৈ প্ৰেৰণ কৰা হৈছে । ইতিমধ্যে চাপৰ অঞ্চলৰ মন্দিৰ-মছজিদ সমূহত চেনিটাইজেশ্যনৰ ব্যৱস্থা কৰিছে জিলা প্ৰশাসনে । চেনিটাইজেশ্যন কৰিবৰ বাবে দুদিনৰ বাবে বন্ধ দিয়া হৈছে চাপৰ প্ৰাথমিক চিকিৎসালয়ো ।

জামাল উদ্দিনৰ সংস্পৰ্শত অহা 35 গৰাকী লোকক কোৱাৰাণ্টাইন

লগতে পঢ়কঃ 7 দিনৰ অন্তত আইছলেচল ৱাৰ্ডৰ পৰা ওলাল চিকিৎসা কৰ্মীঃ গামোচাৰে সম্বৰ্ধনা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.