ETV Bharat / state

কৰ’ণাৰ দ্বিতীয় ঢৌত বিলাসীপাৰাত ক’ভিডত আক্ৰান্ত 12 গৰাকী

author img

By

Published : Apr 22, 2021, 9:14 PM IST

ধুবুৰীৰ বিলাসীপাৰাত পুনৰ দুজন লোকৰ শৰীৰত ধৰা পৰিছে ক'ভিড ১৯ৰ অৱস্থিতি ৷ ইয়াৰ পাছতে বিলাসীপাৰাত কৰ’ণাৰ দ্বিতীয় ঢৌত আক্ৰান্তৰ সংখ্যা 12 গৰাকীলৈ বৃদ্ধি পাইছে ৷

2-covid-positive-found-in-bilasipara
কৰ’ণাৰ দ্বিতীয় ঢৌত বিলাসীপাৰাত ক’ভিডত আক্ৰান্ত 12 গৰাকী

বিলাসীপাৰা, 22 এপ্ৰিল: ৰাজ্যজুৰি অব্যাহত আছে কৰ’ণাৰ দ্বিতীয় ঢৌৰ ত্ৰাস ৷ ধুবুৰী জিলাতো ক্ৰমাৎ বৃদ্ধি পাইছে কৰ’ণাত আক্ৰান্তৰ সংখ্যা ৷ বৃহস্পতিবাৰে ধুবুৰীৰ বিলাসীপাৰাত পুনৰ দুজন লোকৰ শৰীৰত ধৰা পৰিছে ক'ভিড ১৯ৰ অৱস্থিতি ৷ ইয়াৰ পাছতে বিলাসীপাৰাত কৰ’ণাৰ দ্বিতীয় ঢৌত আক্ৰান্তৰ সংখ্যা 12 গৰাকীলৈ বৃদ্ধি পাইছে ৷

বিলাসীপাৰা সহকাৰী স্বাস্থ্য কেন্দ্ৰত কৰোৱা ৰেপিড এন্টিজেন টেষ্টত লোক কেইজনৰ শৰীৰত ধৰা পৰে কৰ‘ণাৰ অৱস্থিতি ৷ সম্প্ৰতি ক’ভিডত আক্ৰান্ত হোৱা দুয়োজন লোকক হোম কোৱাৰান্টাইনত ৰখা হৈছে ৷

লগতে পঢ়ক: চৰাইদেউত তিনি আলফাৰ আত্মসমৰ্পণ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.