ETV Bharat / state

সাপ্তাহিক লক ডাউনৰ সিদ্ধান্তক আদৰণি ধেমাজিবাসীৰ - সপ্তাহিক লক ডাউন

ৰাজ্যৰ ভিন্ন প্ৰান্তৰ লগতে ধেমাজিতো দেখিবলৈ পোৱা গ'ল শেহতীয়াকৈ ৰাজ্য চৰকাৰে ঘোষণা কৰা সপ্তাহিক লক ডাউনৰ পূৰ্ণ প্ৰভাৱ ৷

weekly lock down in dhemaji district
weekly lock down in dhemaji district
author img

By

Published : Jun 27, 2020, 7:38 PM IST

ধোমাজি, 27 জুনঃ কৰ'ণা মহামাৰীৰ সংক্ৰমণ ৰোধৰ বাবে ৰাজ্য চৰকাৰে জাৰি কৰা সাপ্তাহিক লক ডাউনৰ সৰ্বাত্মক প্ৰভাৱ দেখিবলৈ পোৱা গ'ল ধেমাজি জিলাত ৷ ধেমাজিবাসীয়ে চৰকাৰৰ এই সিদ্ধান্তক আদৰণি জনায় ৷ ৰাইজে যদি এই লক ডাউন মানি চলে তেন্তে মহামাৰীৰ পৰা কিছু হ'লেও সকাহ পোৱা যাব বুলি উল্লেখ কৰে সচেতন লোকে ৷ সম্প্ৰতি এই মহামাৰীৰ কোনো বিকল্প ব্যৱস্থা নথকাৰ পৰিপ্ৰেক্ষিতত, ৰাইজে এই লক ডাউন মানি চলাটোৱেই উৎকৃষ্ট বুলিও উল্লেখ কৰে ৰাইজে ৷ উল্লেখ্য যে, শনিবাৰে পুৱাৰে পৰা আৰক্ষীয়ে ধেমাজি নগৰৰ বিভিন্ন প্ৰান্তত চোকা নজৰ ৰখা পৰিলক্ষিত হৈছে ৷

সাপ্তাহিক লক ডাউনৰ সিদ্ধান্তক আদৰণি ধেমাজিবাসীৰ

লগতে পঢ়কঃ গোলাঘাটত সাপ্তাহিক লক ডাউনৰ সৰ্বাত্মক প্ৰভাৱ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.