ETV Bharat / state

ধেমাজিত কৰ’ণা আক্ৰান্তৰ সংখ্যা ৬৯ গৰাকীলৈ বৃদ্ধি - ডিব্ৰুগড় চিকিৎসা মহাবিদ্যালয়

ধেমাজিত ভয়াৱহভাৱে বৃদ্ধি পাইছে কৰ’ণাত আক্ৰান্ত লোকৰ সংখ্যা ৷ দেওবাৰে এগৰাকী কৰ’ণা ৰোগীৰ মৃত্যু ৷

কভিড-19 : ধেমাজীত মুঠ আক্ৰান্তৰ সংখ্যা ৬৯

author img

By

Published : Apr 18, 2021, 10:51 PM IST

ধেমাজি,18 এপ্ৰিল: মহামাৰী কৰ’ণাৰ দ্বিতীয়টো ঢৌ ধেমাজিতো ক্ৰমান্বয়ে ভয়াৱহভাৱে বৃদ্ধি পাইছে ৷ জিলা স্বাস্থ্য বিভাগে প্ৰকাশ কৰা তথ্য অনুসৰি দেওবাৰৰ দিনটোত ৩৩১ গৰাকী লোকৰ ৰেপিড এণ্টিজেন টেষ্ট কৰা হৈছিল ৷

ইয়াৰে ভিতৰত ১৮ গৰাকীৰ লোকৰ দেহত ধৰা পৰে কৰ’ণাৰ উপস্থিতি ৷ জিলাখনত মুঠ ৭১ গৰাকীৰ আক্ৰান্তৰ ভিতৰত এগৰাকীৰ শনিবাৰে গোগামুখত মৃত্যু ঘটে ৷ এগৰাকী আক্ৰান্তক ডিব্ৰুগড় চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ কৰা হৈছে ৷

দুগৰাকী আক্ৰান্ত ৰোগীক ধেমাজিৰ ক’ভিড-১৯ চিকিৎসালয়ত ভৰ্তি কৰা হৈছে ৷ তদুপৰি ১৭ গৰাকীকৈ আক্ৰান্তক হোম আইছ’লেচনত ৰখা হৈছে ৷ দেওবাৰেলৈকে ধেমাজিত কৰ’ণাত আক্ৰান্ত ৰোগীৰ সংখ্যা হৈছে ৬৯ গৰাকী ৷

লগতে পঢ়ক : জম্মু-কাশ্মীৰৰ ট্ৰালত গুলীবিদ্ধ মহিলাৰ মৃত্যু

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.