ETV Bharat / state

জোনাইত হোম কোৱাৰেন্টাইন থকা যুৱতীৰ দেহত কোভিড-১৯ পজিটিভ - Jonai

জোনাইত হোম কোৱাৰেন্টাইন হৈ থকা এজনৰ দেহত পুনৰ কভিড-১৯ পজিটিভ ধৰা পৰিছে ৷ জোনাই মহকুমাৰ লুহিজান মাজগাঁৱত হোম কোৱাৰেন্টাইনত থকা সুৰভি কোঁৱৰ নামৰ এগৰাকী যুৱতীৰ শৰীৰত ধৰা পৰিছে কভিড-১৯ পজিটিভ । ২৪ জুনত মুম্বাইৰ পৰা আহি হোম কোৱাৰেন্টাইন হৈ আছিল যুৱতী গৰাকী ।

Today one new corona positive fund in dhemaji jonai, Total number of cases rises to 168

author img

By

Published : Jun 29, 2020, 8:07 PM IST

জোনাই, ২৯ জুন : জোনাইত হোম কোৱাৰেন্টাইন হৈ থকা এজনৰ দেহত পুনৰ কভিড-১৯ পজিটিভ ধৰা পৰিছে ৷ জোনাই মহকুমাৰ লুহিজান মাজগাঁৱত হোম কোৱাৰেন্টাইনত থকা সুৰভি কোঁৱৰ নামৰ এগৰাকী যুৱতীৰ শৰীৰত ধৰা পৰিছে কভিড-১৯ পজিটিভ । ২৪ জুনত মুম্বাইৰ পৰা আহি হোম কোৱাৰেন্টাইন হৈ আছিল যুৱতী গৰাকী । ইতিমধ্যে, আক্ৰান্ত যুৱতী গৰাকীক ধেমাজি অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰা হৈছে ।

উল্লেখযোগ্য যে, জোনাই চৰকাৰী শিবিৰ সমূহত ২২ মে'ৰ পৰা বহি:ৰাজ্যৰ পৰা অহা মুঠ ৭৯১ লোকৰ ভিতৰত ৭৬২ গৰাকীৰ স্বাব পৰীক্ষাত কোভিড-১৯ নিগেটিভ পোৱাত নিজ নিজ ঘৰত উভতি যায় । বৰ্তমান জোনাইৰ চৰকাৰী শিবিৰত ২৯ জন লোক আছে বুলি জানিবলৈ দিয়ে মহকুমা স্বাস্থ্য বিষয়া ডা˚ কিশোৰ কামানে ।

Today one new corona positive fund in dhemaji jonai, Total number of cases rises to 168
জোনাইত হোম কোৱাৰেন্টাইন থকা যুৱতিৰ দেহত কোভিড-১৯ পজিটিভ

আনহাতে, জোনাই মহকুমাত মুঠ কৰ'ণা আক্ৰান্তৰ সংখ্যা ৫০ জনৰ ভিতৰত কোৱাৰেন্টাইন শিবিৰ ৪০ জন আৰু হোম কোৱাৰেন্টাইনৰ ১০ গৰাকী ব্যক্তি কোভিড-১৯ ত আক্ৰান্ত বুলি জানিব পৰা গৈছে ৷

বৰ্তমানলৈকে ধেমাজি জিলাত আক্ৰান্তৰ সংখ্যা ১৬৪ জন ইয়াৰে ১১৫ জন সুস্থ হৈ ঘৰলৈ উভতিছে ৷

লগতে পঢ়ক : কৰ'ণা ভাইৰাছ সন্দৰ্ভত চিকিৎসক সত্যকাম ফুকনৰ ন-ন বিস্ফোৰণ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.