জোনাই, 12 আগষ্ট: সমাগত স্বাধীনতা দিৱসৰ লগত সংগতি ৰাখি দেওবাৰে বগীবিল সেঁতুত স্বচ্ছ ভাৰত অভিযান ৰূপায়ণ কৰে শতাধিক বিজেপি কৰ্মীয়ে ৷ শেহতীয়াকৈ দলংখনৰ ভিন্ন স্থানত যাত্ৰী সকলে পেলোৱা আৱৰ্জনাৰে অপৰিস্কাৰ হৈ পৰিছিল দলংখন ৷ বিষয়টোৰ প্ৰতি লক্ষ্য ৰাখি অপৰিস্কাৰ হৈ পৰা আশাৰ সেঁতু বগীবিল দলঙত দেওবাৰে বিজেপি কৰ্মী সকলে হাতে হাতে ঝাৰু, খৰাহী লৈ দলং পৰিস্কাৰত নামি পৰে ৷ চিলাপথাৰ আৰু চিচিটঙানি মণ্ডল বিজেপিৰ উদ্যোগত তথা বিজেপি নেতা ৰাতুল চণ্ডীৰ সহযোগত এই অভিযান চলায় বিজেপি কৰ্মীসকলে ৷ বগীবিল দলঙৰ স্বচ্ছ ভাৰত অভিযান কাৰ্যসূচী থলীৰ পৰা বিজেপি চিলাপথাৰ মণ্ডল কমিটিৰ হৈ ৰাইজলৈ আহ্বান বগীবিল সেঁতু দেশৰ সম্পদ ইয়াক পৰিস্কাৰ-পৰিচন্ন কৰি ৰখাৰ দায়িত্ব আমি দলঙেৰে অহা প্ৰতিজন যাত্ৰীয়ে ল’ব লাগিব ৷ তেতিয়াহে দলং খন পৰিস্কাৰ হৈ থাকিব বুলি কয় বিজেপি যুৱ নেতা ৰাতুল চণ্ডীয়ে ৷
শতাধিক বিজেপি কৰ্মীৰ স্বচ্ছ ভাৰত অভিযান বগীবিল সেঁতুত - স্বচ্ছ ভাৰত অভিযান
অপৰিস্কাৰ হৈ পৰা আশাৰ সেঁতু বগীবিল দলঙত দেওবাৰে বিজেপি কৰ্মী সকলে হাতে হাতে ঝাৰু, খৰাহী লৈ দলং পৰিস্কাৰত নামি পৰিল ৷ চিলাপথাৰ আৰু চিচিটঙানি মণ্ডল বিজেপিৰ উদ্যোগত তথা বিজেপি নেতা ৰাতুল চণ্ডীৰ সহযোগত এই স্বচ্ছতাৰ অনুষ্ঠান সমাপন হয় ৷
জোনাই, 12 আগষ্ট: সমাগত স্বাধীনতা দিৱসৰ লগত সংগতি ৰাখি দেওবাৰে বগীবিল সেঁতুত স্বচ্ছ ভাৰত অভিযান ৰূপায়ণ কৰে শতাধিক বিজেপি কৰ্মীয়ে ৷ শেহতীয়াকৈ দলংখনৰ ভিন্ন স্থানত যাত্ৰী সকলে পেলোৱা আৱৰ্জনাৰে অপৰিস্কাৰ হৈ পৰিছিল দলংখন ৷ বিষয়টোৰ প্ৰতি লক্ষ্য ৰাখি অপৰিস্কাৰ হৈ পৰা আশাৰ সেঁতু বগীবিল দলঙত দেওবাৰে বিজেপি কৰ্মী সকলে হাতে হাতে ঝাৰু, খৰাহী লৈ দলং পৰিস্কাৰত নামি পৰে ৷ চিলাপথাৰ আৰু চিচিটঙানি মণ্ডল বিজেপিৰ উদ্যোগত তথা বিজেপি নেতা ৰাতুল চণ্ডীৰ সহযোগত এই অভিযান চলায় বিজেপি কৰ্মীসকলে ৷ বগীবিল দলঙৰ স্বচ্ছ ভাৰত অভিযান কাৰ্যসূচী থলীৰ পৰা বিজেপি চিলাপথাৰ মণ্ডল কমিটিৰ হৈ ৰাইজলৈ আহ্বান বগীবিল সেঁতু দেশৰ সম্পদ ইয়াক পৰিস্কাৰ-পৰিচন্ন কৰি ৰখাৰ দায়িত্ব আমি দলঙেৰে অহা প্ৰতিজন যাত্ৰীয়ে ল’ব লাগিব ৷ তেতিয়াহে দলং খন পৰিস্কাৰ হৈ থাকিব বুলি কয় বিজেপি যুৱ নেতা ৰাতুল চণ্ডীয়ে ৷
জোনাই ১১ আগষ্ট
সমাগত স্বাধীনতা দিৱসৰ লগত সংগতি ৰাখি দেওবাৰে বগীবিল সেতুঁত শতাধিক বিজেপি কৰ্মীয়ে স্বচ্ছ ভাৰত অভিযান ৰূপায়ণ কৰিলে ৷ শেহতীয়াকৈ দলংখনৰ ভিন্ন স্থানত পৰিৰোৱা চিপচ্ ৰ পেকেট, পানীৰ বটল ,গুটখা ৰ পেকেট, পলিথিন,কাগজ ৰ ৰে লেতেৰা হৈ পৰিছিল তাৰ প্ৰতি লক্ষ্য ৰাখি চিলাপথাৰ আৰু চিচিটঙানি মন্ডল বিজেপি ৰ উদ্যোগত তথা বিজেপি নেতা ৰাতুল চন্ডীৰ সহযোগত অপৰিস্কাৰ হৈ পৰা আশাৰ সেতু বগীবিল দলংত দেওবাৰে বিজেপি কৰ্মী সকলে দলং খনৰ হাতে হাতে ঝাৰু,খৰাহী লৈ দলং পৰিস্কাৰত নামি পৰা দেখা গ’ল ৷ দলং মুকলিৰ পিছৰে পৰা বিভিন্ন দলং সংগঠনে চাফাই অভিযান কৰি আহিছে কিন্ত পুনৰ লেতেৰা কৰি পেলায় পৰিবেশৰ প্ৰতি অসচেতন লোকে ৷ যাৰ বাবে পুনৰ লেতেৰা হৈ পৰে ৷ বগীবিল দলং ৰ স্বচ্ছ ভাৰত অভিযান কাৰ্যসূচীৰ থলীৰ পৰা বিজেপি চিলাপথাৰ মন্ডল কমিটি হৈ ৰাইজলৈ আহ্বান বগীবিল সেতুঁ দেশৰ সম্পদ ইয়াক পৰিস্কাৰ পৰিচন্ন কৰি ৰখাৰ দায়িত্ব আমি দলংৰে অহা প্ৰতিজন যাত্ৰীয়ে লব লাগিব তেতিয়া হে দলং খনক তেতিয়াহে ই ভাল হৈ থাকিব বুলি কয় বিজেপি যুৱ নেতা ৰাতুল চন্ডীয়ে ৷
কৰবী দলে জোনাই Conclusion: