ধেমাজি,২৮ আগষ্টঃসোৱণশিৰি নদীৰ বুকুত নাও ব্যৱহাৰ কৰি মহলদাৰে চলাইছে ব্যাপক খনন ৷ ধেমাজি জিলা বন সংমণ্ডলৰ অধীনৰ বালি আৰু শিল মহলৰ ব্যৱসায়ীয়ে ব্যাপক খননৰ জৰিয়তে জমা কৰিছে সোৱণশিৰিৰ বালি - শিল ৷ উল্লেখ্য যে, ধেমাজি বন সংমণ্ডলৰ অধীনত থকা ছয়টাকৈ শিল বালি মহলৰ ভিতৰত তিনিটা ক্ৰমে মণিকা , সোণাপুৰ আৰু তামুলী কুৱেৰী কেইটাৰ পৰা ট্ৰাকে ট্ৰাকে জিলাখৰ বিভিন্ন প্ৰান্তলৈ পঠিওৱা হয় বালি আৰু শিল ৷ কিছু দিনৰ আগত অতিৰিক্ত শিল আৰু বালি মজুত কৰাৰ অভিযোগত কেইবামাহ ধৰি ধেমাজি বন বিভাগে আটাইকেইটা মহল চীল কৰি দিছিল যদিও খুচুৰা ব্যৱসায়ীয়ে ধেমাজিত শিল-বালিৰ চৰা দামত বিক্ৰী কৰি সাধাৰণ জনতাক মাধমাৰ সোধোৱাৰ পাছত শেহতীয়াকৈ পুনৰ মহল তিনিটা মুকলি কৰি দিবলৈ বাধ্য হয় বন বিভাগ ৷
সোৱণশিৰিৰ বুকুত অব্যাহত শিল-বালিৰ ব্যাপক খনন - ব্যাপক খনন
সোৱণশিৰিৰ বুকুত শিল-বালিৰ ব্যাপক খনন ৷
![সোৱণশিৰিৰ বুকুত অব্যাহত শিল-বালিৰ ব্যাপক খনন](https://etvbharatimages.akamaized.net/etvbharat/prod-images/768-512-4265799-thumbnail-3x2-suwansiri.jpg?imwidth=3840)
ধেমাজি,২৮ আগষ্টঃসোৱণশিৰি নদীৰ বুকুত নাও ব্যৱহাৰ কৰি মহলদাৰে চলাইছে ব্যাপক খনন ৷ ধেমাজি জিলা বন সংমণ্ডলৰ অধীনৰ বালি আৰু শিল মহলৰ ব্যৱসায়ীয়ে ব্যাপক খননৰ জৰিয়তে জমা কৰিছে সোৱণশিৰিৰ বালি - শিল ৷ উল্লেখ্য যে, ধেমাজি বন সংমণ্ডলৰ অধীনত থকা ছয়টাকৈ শিল বালি মহলৰ ভিতৰত তিনিটা ক্ৰমে মণিকা , সোণাপুৰ আৰু তামুলী কুৱেৰী কেইটাৰ পৰা ট্ৰাকে ট্ৰাকে জিলাখৰ বিভিন্ন প্ৰান্তলৈ পঠিওৱা হয় বালি আৰু শিল ৷ কিছু দিনৰ আগত অতিৰিক্ত শিল আৰু বালি মজুত কৰাৰ অভিযোগত কেইবামাহ ধৰি ধেমাজি বন বিভাগে আটাইকেইটা মহল চীল কৰি দিছিল যদিও খুচুৰা ব্যৱসায়ীয়ে ধেমাজিত শিল-বালিৰ চৰা দামত বিক্ৰী কৰি সাধাৰণ জনতাক মাধমাৰ সোধোৱাৰ পাছত শেহতীয়াকৈ পুনৰ মহল তিনিটা মুকলি কৰি দিবলৈ বাধ্য হয় বন বিভাগ ৷
ধেমাজি , ২৮ আগষ্ট : ধেমাজি জিলা বন সংমণ্ডলৰ অধীনৰ বালি আৰু শিল মহলৰ ব্যৱসায়ী য়ে চলাইছে ব্যাপক খনন ৷ নদীৰ বুকুত নাও ব্যৱহাৰ কৰি এতিয়া মহলদাৰে এনেদৰে জমা কৰিছে সোৱণশিৰিৰ বালি - শিল ৷ ধেমাজি বন সংমণ্ডলৰ অধীনত সোৱণশিৰিত আছে ছয়টাকৈ শিল বালি মহল ৷ইয়াৰে ভিতৰত ৰ তিনিটা ক্ৰমে মণিকা , সোণাপুৰ আৰু তামুলী কুৱেৰী কেইটা পৰা টাকে টাকে জিলাখৰ বিভিন্ন প্ৰান্তলৈ যায় বালি আৰু শিল ৷ উল্লেখ্য যে অতিৰিক্ত শিল আৰু বালি মজুত কৰাৰ অভিযোগত কেইবামাহ ধৰি ধেমাজি বন বিভাগে আটাইকেইটা মহল চীল কৰি৷দিছিল যাৰ ফলত খুচুৰা ব্যৱসায়ীয়ে ধেমাজিত শিল - বালিৰ চৰা দামত বিক্ৰী কৰি মাধমাৰ শোধাইছিল সাধাৰন জনতাক ৷ শেহতীয়াকৈ পুনৰ তিনিটা মহল মুকলি কৰি দিছে বন বিভাগে ৷
Pradunya Bharali , Dhemaji , Assam ,28/8/2019Conclusion: