ETV Bharat / state

সৰ্বানন্দ সোণোৱাল চৰকাৰে চুঙাত চাউল নিদিয়ে পাল্লাত দিয়ে: পৰিমল শুক্লবৈদ্য

ধেমাজি জিলাৰ চিমেন চাপৰিত সাহিত্য মনীষী উপবন উদ্বোধনী অনুষ্ঠানত উপস্থিত থাকে বন আৰু পৰিৱেশ মন্ত্ৰী পৰিমল শুক্লবৈদ্য ৷ সৰ্বানন্দ সোণোৱাল চৰকাৰে চুঙাত চাউল নিদিয়ে পাল্লাত দিয়ে বুলি কৌশলগতভাৱে নিৰ্বাচনী প্ৰচাৰৰ অৰ্থে ভাষণ প্ৰদান কৰে মন্ত্ৰীগৰাকীয়ে ৷

author img

By

Published : Sep 8, 2020, 3:53 PM IST

sahitya manishi upaban inoguration program attended by forest minister parimal suklaboidya dhemaji assam etv bharat news
মনীষী উপবনৰ উদ্বোধনী অনুষ্ঠান

ধেমাজি,8 ছেপ্তেম্বৰ: সোমবাৰে ধেমাজি জিলাৰ চিমেন চাপৰিত সাহিত্য মনীষী উপবনৰ উদ্বোধনী অনুষ্ঠানত উপস্থিত থাকে বন আৰু পৰিৱেশ মন্ত্ৰী পৰিমল শুক্লবৈদ্য ৷ শুক্লবৈদ্যই উক্ত অনুষ্ঠানত উপস্থিত থাকি ৰাইজক উদ্দেশ্যি কয় যে, ভোট আদায় কৰাৰ বাবে বহু ব্যৱস্থা চৰকাৰৰ হাতত মজুত আছে । কিন্তু এই উপবন ৰাইজৰ বাবে এক উপহাৰ স্বৰূপ ৷ এয়া কোনো ধৰণৰ নিৰ্বাচনী উপহাৰৰ ঢৌ নহয় ৷ ৰাইজৰ সুবিধাৰ অৰ্থে এই উপবন মুকলি কৰা হৈছে বুলি ভাষণত উল্লেখ কৰে বনমন্ত্ৰীগৰাকীয়ে ৷

আনহাতে, সৰ্বানন্দ সোণোৱাল চৰকাৰে চুঙাত চাউল নিদিয়ে পাল্লাত দিয়ে বুলি কৌশলগতভাৱে নিৰ্বাচনী প্ৰচাৰৰ তঅৰ্থে ভাষণ প্ৰদান কৰে বন আৰু পৰিৱেশ মন্ত্ৰী পৰিমল শুক্লবৈদ্যই ৷

লগতে চাওকঃ হৰিণৰ শিং আৰু বন্দুকসহ আটক চোৰাং চিকাৰী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.