ETV Bharat / state

মৃত্যুৰে যুঁজিছে এজন নিৰ্ভীক সাংবাদিকে - মৃত্যুৰে যুঁজিছে জোনাইৰ অপূৰ্ব দাসে

দুয়োটা কিডনী বিকল হোৱাৰ পাছত আৰ্থিক আনাটনৰ বাবে মৃত্যুৰে যুঁজিছে জোনাইৰ অপূৰ্ব পেগুৱে ৷ পৰিয়ালটোৰ উপাৰ্জনৰ একমাত্ৰ উৎস ব্যক্তিজনৰ এনে অৱস্থাত অমানিশা নামি আহিছে পৰিয়ালটোলৈও ৷

অৰ্থৰ অভাৱত চিকিৎসাৰ পৰা বঞ্চিত সাংবাদিক
author img

By

Published : Sep 22, 2019, 3:03 PM IST

Updated : Sep 22, 2019, 10:32 PM IST

জোনাই , 22 চেপ্তেম্বৰঃ হাতত কেমেৰা লৈ প্ৰতিকূল বতৰকো নেঁওচি যিকোনো পৰিস্থিতিতে বাতৰি সংগ্ৰহ কৰা জোনাইৰ এজন নিৰ্ভীক সাংবাদিক এতিয়া নিজেই হৈ পৰিছে বাতৰি ৷ জোনাইৰ আগাম দলঙৰ নিবাসী তথা এটা ব্যক্তিগত নিউজ চেনেলৰ সাংবাদিক অপূৰ্ব পেগু নামৰ সাংবাদিকজনৰ দুয়োটা কিডনী কিছুদিন আগত বিকল হৈ পৰাৰ পাছত আৰ্থিক সংকটৰ বাবে উন্নত চিকিৎসাৰ পৰা বঞ্চিত হৈ মৃত্যুৰ সৈতে যুঁজি থাকিব লগা হৈছে সাংবাদিকজনে ৷ দুটা সন্তানৰ পিতৃ অপূৰ্ব পেগু পৰিয়ালটোৰ উপাৰ্জনৰ একমাত্ৰ উৎস হোৱাত অমানিশা নামি আহিছে পৰিয়ালটোলৈও ৷ চিকিৎসকে তেখেতক প্ৰতিসপ্তাহতে দুবাৰকৈ চিকিৎসাৰ বাবে ডিব্ৰুগড়লৈ যাবলৈ পৰামৰ্শ দিছিল যদিও আৰ্থিক সমস্যাৰ বাবে চিকিৎসা গ্ৰহণ কৰিব পৰা নাই সাংবাদিকজনে ৷ জোনাইৰ বিভিন্ন অনুষ্ঠান-প্ৰতিষ্ঠানৰ লগত জড়িত হৈ থকা ব্যক্তিজন ৰোগাক্ৰান্ত হৈ থকা খবৰে মৰ্মাহত কৰিছে জোনাইবাসীক ৷ সকলোৰে আহ্বান, নিৰ্ভীক সাংবাদিক গৰাকীৰ চিকিৎসাৰ দায়িত্ব লওঁক অসম চৰকাৰে ৷

Intro:Body:দুয়োটা কিডনী বিকল হৈ মৃত্যুৰ সৈতে যুঁজি আছে জোনাইৰ সাংবাদিক অপূৰ্ব পেগু :: আৰ্থিক সংকটৰ বাবে উন্নত চিকিৎসাৰ পৰা বঞ্চিত সাংবাদিক গৰাকী
জোনাই, 22 ছেপ্টেম্বৰ
হাতত কেমেৰা লৈ প্ৰতিকূল বতৰকো নেওচি যিকোনো পৰিস্থিতিতে বাতৰি সমগ্ৰ কৰা নিৰ্ভীক এজন সাংবাদিক নিজে এতিয়া বাতৰি হৈ পৰিছে। জোনাইৰ আগাম দলঙৰ নিবাসী তথা এটা ব্যক্তিগত নিউজ চেনেলৰ সাংবাদিক অপূৰ্ব পেগুৱে দুয়োটা কিডনী বিকল হৈ মৃত্যুৰ সৈতে যুঁজি আছে। যাৰ ফলত দুটা সন্তানৰ পিতৃ পেগু একমাত্ৰ উপাৰ্জন কৰা ব্যক্তি হোৱাত পেগুৰ অসুস্থই পৰিয়ালটোলৈ আমানিশা নামি আহিছে। যোৱা দুটা বছৰ বেমাৰৰ চিকিৎসা কৰি থকাত আৰ্থিক সংকটে দেখা দিছে দুৰ্ভগীয়া পৰিয়ালত। প্ৰতি সপ্তাহত দুবাৰকৈ চিকিৎসাৰ কাৰণে ডিব্ৰুগড়লৈ যাব লগা হয় যদিও আৰ্থিক সমস্যাই জুৰুলা কৰা পৰিয়ালটোৱে পেগুৰ চিকিৎসাৰ কাৰণে ৰৈ যাব লগা হৈছে। জোনাইৰ বিভিন্ন অনুষ্ঠান-প্ৰতিষ্ঠানৰ লগত জড়িত পেগুৰ ৰোগাক্ৰান্ত খবৰে মৰ্মাহত কৰিছে জোনাইবাসীক। ৰাইজৰ দাবী নিৰ্ভীক সাংবাদিক গৰাকীৰ চিকিৎসা ৰ দায়িত্ব লওঁক অসম চৰকাৰে।

কৰবী দলে জোনাই Conclusion:
Last Updated : Sep 22, 2019, 10:32 PM IST
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.