ETV Bharat / state

ধেমাজিৰ বাটঘৰীয়াত মানৱ দৰদী লোকৰ সাহায্য বিতৰণ

author img

By

Published : May 30, 2021, 11:07 AM IST

ধেমাজি বাটঘৰীয়াত আৰ্তজনক মানৱ দৰদী লোকৰ সাহায্য বিতৰণ । স্থানীয় সামাজকৰ্মী লোহিত সোণোৱাল আৰু বীৰেন সোণোৱালৰ যৌথ প্ৰচেষ্টাত আৰু ধেমাজি জিলা শ্ৰম বিষয়া ভৱজিৎ দলেৰ সহযোগত এই সাহায্য বিতৰণ কৰা হয় ।

dhemaji
ধেমাজিৰ বাটঘৰীয়াত মানৱ দৰদী লোকৰ সাহাৰ্য বিতৰণ

ধেমাজি,৩০ মে': ৰাজ্যত দীঘলীয়া আংশিক লক ডাউনে ক্ষতি কৰিছে সমাজৰ একাংশ খাটি খোৱা লোকক ৷ সেয়ে এনে লোকক সহায়ৰ বাবে আগবাঢ়ি আহিছে মানৱ দৰদী লোক অথবা স্বেচ্ছাসেৱী সংগঠনসমূহ ৷ এনে এক মহান উদ্দেশ্যৰে শনিবাৰে ধেমাজিৰ বাটঘৰীয়াৰ ভেৰেকীচুক গাঁৱত আংশিক লক ডাউনৰ ফলত বিপাঙত পৰা ৬৫ টা পৰিয়ালক খাদ্য সমাগ্ৰী বিতৰণ কৰা হয় ।

স্থানীয় সমাজকৰ্মী লোহিত সোণোৱাল আৰু বীৰেন সোণোৱালৰ যৌথ প্ৰচেষ্টাত আৰু ধেমাজি জিলা শ্ৰম বিষয়া ভৱজিৎ দলেৰ সহযোগত চাউল, দালি ,আলু, নিমখ, চাবোন আদি সামগ্ৰী বিতৰণ কৰা হয় ।

লগতে পঢ়ক: জোনাই আৰক্ষীৰ অভিযানত জব্দ ৭১.৮৮ গ্ৰাম ব্ৰাউন চুগাৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.