ETV Bharat / state

ধেমাজিত বিজেপিৰ ঘোষিত প্ৰাৰ্থী ৰণোজ পেগুক উষ্ম আদৰণি

author img

By

Published : Mar 6, 2021, 4:28 PM IST

বিজেপিৰ পৰা প্ৰাৰ্থীত্ব লাভ কৰাৰ পাছতে শনিবাৰে নিজ গৃহ সমষ্টি ধেমাজিত উপস্থিত হয় ৰণোজ পেগু ৷ শ-শ সমৰ্থকে বিশাল শোভাযাত্ৰাৰে ধেমাজি সদৰলৈ আদৰণি জনাই নেতা গৰাকীক ৷

ranoj-pegu-got-warm-welcome-by-supporter-
ধেমাজিত বিজেপিৰ ঘোষিত প্ৰাৰ্থী ৰণোজ পেগুক উষ্ম আদৰণি

ধেমাজি,6 মাৰ্চ: 2021 ৰ বিধানসভা নিৰ্বাচনৰ বাবে বিজেপি দলৰ পৰা পুনৰবাৰ প্ৰাথিত্ব লাভ কৰাৰ পাছত শনিবাৰে সমষ্টিবাসীয়ে উস্ম আগৰণি জনালে 113 নং ধেমাজি বিধান সভা সমষ্টিৰ প্ৰাৰ্থী ডাঃ ৰণোজ পেগুক ৷ শনিবাৰে গুৱাহাটীৰ পৰা আহি ধেমাজিত পদাৰ্পন কৰাৰ লগে লগে বিজেপিৰ ধেমাজি বিধানসভা সমষ্টিৰ ঘোষিত প্ৰাৰ্থীগৰাকীক আদৰণি জনালে শ-শ বিজেপিৰ কৰ্মীয়ে ৷ ধেমাজি সমষ্টিৰ দুৱাৰমুখ গোগামুখৰ পৰা শ-শ বিজেপি কৰ্মীয়ে বিশাল বাইক,গাড়ীৰ ৰেলীয়ে ধেমাজি সদৰৰ জিলা বিজেপিৰ মুখ্য কাৰ্যালয়লৈ আদৰি আনে ৰণোজ পেগুক ৷

ইপিনে ধেমাজি সমষ্টিৰ বিজেপিৰ প্ৰাৰ্থী গৰাকীয়ে সবল ৰুপত প্ৰতিদ্বন্দিতা আগবঢ়াই বিজয়ী হোৱাৰ লগতে ধেমাজি সমষ্টিৰ উন্নয়নৰ বাবে কাম কৰি যোৱাৰ সংকল্প গ্ৰহন কৰা বিষয়ে মন্তব্য কৰে ৷

লগতে পঢ়কঃ সঞ্জয় কিষাণক প্ৰাৰ্থিত্ব প্ৰদান কৰাত উৎফুল্লিত সমৰ্থক

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.