ETV Bharat / state

‘কেব’ক লৈ শংকিত হ'ব নালাগে অৰুণাচলৰ জনতা: মুখ্যমন্ত্ৰী পেমা খাণ্ডু

author img

By

Published : Dec 2, 2019, 1:40 PM IST

পাচিঘাটত খিলঞ্জীয়াৰ আস্থা দিৱসত অৰুণাচল প্ৰদেশৰ মুখ্যমন্ত্ৰী পেমা খাণ্ডুৰ মন্তব্য অৰুণাচলৰ জনতাই ‘কেব’ক লৈ শংকিত হ’ব নালাগে ৷

‘কেব’ক লৈ শংকিত হ'ব নালাগে অৰুণাচলৰ জনতাই: মুখ্যমন্ত্ৰী পেমা খাণ্ডু
‘কেব’ক লৈ শংকিত হ'ব নালাগে অৰুণাচলৰ জনতাই: মুখ্যমন্ত্ৰী পেমা খাণ্ডু

জোনাই, 2 ডিচেম্বৰ: মঙলবাৰে অৰুণাচলত পালন কৰা হয় আস্থা দিৱস ৷ এই দিৱসত দ:ঞি প:ল ৰ ধৰ্মাৱলম্বী ৰাইজে সামূহিক বাবে ভূমি পূজন তথা ধৰিত্ৰী আইক পূজা অৰ্চনা কৰে ৷ ধৰ্মীয় পৰম্পৰা অনুসৰি বাঁহ, তৰা পাত আৰু খাদ্য বস্তু লৈ ৰাইজে একেলগ মিলি পূজা অৰ্চনা কৰে । এই কাৰ্যসূচীত উপস্থিত থাকে ৰাজ্যখনৰ মুখ্যমন্ত্ৰী পেমা খাণ্ডুকে ধৰি প্ৰাক্তন ৰাজ্যপাল পি চি আচাৰ্য ৷ এই অনুষ্ঠানতেই মুখ্যমন্ত্ৰীগৰাকীয় কয়, ‘‘যুৱ প্ৰজন্মই নিজৰ কৃষ্টি সংস্কৃতি পৰম্পৰা ৰক্ষা কৰিব লাগিব । অৰুণাচল চৰকাৰে খিলঞ্জীয়াৰ উপসানৰ কাৰণে দ:ঞি প:ল কল্যাণ পৰিষদ গঠন কৰিছে । নাগৰিকত্ব সংশোধনী বিধেয়কক লৈ অৰুণাচল প্ৰদেশৰ জনতাই শংকিত হ’ব নালাগে ৷’’

পূৱ বংগ চুক্তিৰ মতে অৰুণাচল প্ৰদেশ নাগৰিকত্ব সংশোধনী বিধেয়কৰ বাহিৰত থাকিব । যদি বিধেয়কৰ আওতালৈ আহে অৰুণাচল চৰকাৰে চিন্তা কৰিব বুলি মুখ্যমন্ত্ৰী পেমা খণ্ডুৱে সদৰী কৰে । উত্তৰ পূবক ধ্বংস কৰিব বিচৰা কাৰ্যক কেতিয়াও সহ্য কৰা নহ’ব বুলিও তেখেতে উল্লেখ কৰে ।

আস্থা দিৱস অৰুণাচল প্ৰদেশত
আস্থা দিৱস অৰুণাচল প্ৰদেশত

নাগৰিকত্ব বিধেয়কে উত্তৰ পূবক ধ্বংস কৰিব বুলিয়ে ইয়াৰ বিৰুদ্ধে প্ৰতিবাদ কৰিছে প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী তথা পূৱ পাছিঘাট সমষ্টিৰ কংগ্ৰেছী বিধায়ক নিনিং ইৰিঙে । আনহাতে পশ্চিমীয়া সংস্কৃতিয়ে অৰুণাচল প্ৰদেশৰ সভ্যতাক বহু পৰিমাণে ধ্বংস কৰিলে বুলি সদৰী কৰে মুখ্য অথিতি হিচাপে উপস্থিত থকা সপ্তম ক্যায়ৱজে ইয়ংজিং লিং ৰিনপচে (7th Kyabje Yongzing Ling Rinpoche) য়ে । এই অনুষ্ঠানতে বৌদ্ধ ধৰ্মৰ আন্তঃৰাষ্ট্ৰীয় সম্পাদক ধাম্মাপিয়া (Ved.Dr Dhammapiya) বিশিষ্ট অতিথি হিচাপে উপস্থিত থকাৰ লগতে মন্ত্ৰী বিধায়ক, সাংসদ ৰ লগতে ছিৰিয়া, আৰ্মেনিয়া, বিলিভিয়া, থাইলেণ্ড, লিথুয়ানিয়াৰ লগতে কেইবাখনো বিদেশী প্ৰতিনিধিয়ে অংশগ্ৰহণ কৰে ।

আস্থা দিৱসত অৰুণাচল প্ৰদেশৰ মুখ্যমন্ত্ৰী পেমা খাণ্ডু

লগতে চাওক- ওড়িশাত কোণাৰ্ক মহোৎসৱ আৰু আন্তৰাষ্ট্ৰীয় বলুকা শিল্প মহোৎসৱ

Intro:Body:পাচিঘাটত খিলঞ্জীয়াৰ আস্থা দিৱসত মুখ্যমন্ত্ৰী পেমা খাণ্ডু/ 'কেব"ক লৈ শংকিত হ'ব নালাগে অৰুণাচল ৰ জনতাই

জোনাই ২ ডিচেম্বৰ

ধৰ্ম হেৰালে জাতি হেৰায়। জাতি আৰু ধৰ্ম থাকিলে সংস্কৃতি আৰু সভ্যতা জীয়াই থাকিব। সূৰ্যোদয়ৰ দেশ অৰুণাচলৰ ২৪ টা জনগোষ্ঠীয় ৰাইজে লোক বিশ্বাস অনুসৰি পালন কৰা ধৰ্মীয় ৰীতি নীতিৰ মাজত সভ্যতা আৰু সংস্কৃতি জড়িত আছে। ভক্তি মূলক নাম প্ৰসংগ ধৰ্মীয় ৰীতি নীতিক নতুন ৰূপ দি দ:ঞি প:ল ধৰ্মক বিশ্বৰ দৰবাৰলৈ নিয়া ধৰ্ম গুৰু তালম ৰুকবৰ জন্ম দিনটো Indigenious faith day হিচাপে উদযাপন কৰে। দ:ঞি প:ল ৰ ধৰ্মাৱলম্বী ৰাইজে ১ ডিচেম্বৰৰ দিনা সামূহিক বাবে ভূমি পূজন অৰ্থাৎ ধৰিত্ৰী আইক পূজা অৰ্চনা কৰে। ধৰ্মীয় পৰম্পৰা অনুসৰি বাঁহ, তৰা পাত আৰু খাদ্য বস্তু লৈ ৰাইজে একেলগ মিলি পূজা অৰ্চনা কৰে। মুখ্য মন্ত্ৰী পেমা খাণ্ডু, প্ৰাক্তন গভৰ্ণৰ পি চি আচাৰ্য ৰ লগতে অতিথি সকলক ধৰ্মীয় পৰম্পৰা অনুসৰি আদৰণি জনোৱা হয়। কৃষ্টি ,ভাষা সংস্কৃতি পৰম্পৰা খাদ্য সম্ভাৰ ভাষা চাবলৈ বিদেশৰ বহু পৰ্যটকে অৰুণাচল প্ৰদেশ লৈ আহে। যুৱ প্ৰজন্ম ই নিজৰ কৃষ্টি সংস্কৃতি পৰম্পৰা ৰক্ষা কৰিব লাগিব। অৰুণাচল চৰকাৰে খিলঞ্জীয়াৰ উপসানৰ কাৰণে দ:ঞি প:ল কল্যাণ পৰিষদ গঠন কৰিছে। নাগৰিকত্ব বিধেয়ক আইনক লৈ অৰুণাচল প্ৰদেশৰ জনতাই শংকিত হব নালাগে । পূৱ বংগ চুক্তিৰ মতে অৰুণাচল প্ৰদেশ নাগৰিকত্ব বিধেয়ক আইনৰ বাহিৰত থাকিব। যদি বিধেয়ক আওতালৈ আহিলে তাৰ পিছত অৰুণাচল চৰকাৰে চিন্তা কৰিব বুলি মুখ্য মন্ত্ৰী পেমা খণ্ডুৱে সদৰী কৰে । উত্তৰ পূৱক ধ্বংস কৰিব বিচৰা কাৰ্যক কেতিয়াও সহ্য কৰা নহব। নাগৰিত্ব বিধেয়ক আইনে উত্তৰ পূৱক ধ্বংস কৰিব বুলি ইয়াৰ প্ৰতিবাদ কৰে প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী তথা পূৱ পাছিঘাট সমষ্টিৰ কংগ্ৰেছী বিধায়ক নিনিং ইৰিঙে। পশ্চিমীয়া সংস্কৃতিয়ে অৰুণাচল প্ৰদেশৰ সভ্যতাক ধ্বংস কৰিলে বুলি সদৰী কৰে মূখ্য অথিতি His Eminence 7th Kyabje Yongzing Ling Rinpoche য়ে। বৌদ্ধ ধৰ্মৰ আন্তঃৰাষ্ট্ৰীয় সম্পাদক Ved.Dr Dhammapiya বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকে। মন্ত্ৰী বিধায়ক, সাংসদ ৰ লগতে ছিৰিয়া, আৰ্মেনিয়া, বিলিভিয়া, থাইলেণ্ড, লিতনীয়া ৰ লগতে কেইবাখনো বিদেশী প্ৰতিনিধিয়ে অংশগ্ৰহণ কৰে।

কৰবী দলেConclusion:

TAGGED:

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.