ETV Bharat / state

উন্মুক্ত মথাউৰিঃ চিন্তিত ধেমাজিবাসী

author img

By

Published : May 13, 2019, 12:43 PM IST

সমাগত বাৰিষাক লৈ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে ৰাজ্যৰ বিপদসংকুল মথাউৰিসমূহ তৎকালীনভাৱে মেৰামতিৰ নিৰ্দেশ দিছিল যদিও সকলো এতিয়া অসাৰ প্ৰতিপন্ন হৈ পৰিছে । 2017 বৰ্ষতে ধেমাজিৰ জীয়াঢল নৈৰ খহি পৰা সাপেখাতী - বগলীজান অঞ্চলৰ মথাউৰিটো মেৰামতিৰ অভাৱত বতমানলৈকে উন্মুক্ত হৈ পৰি ৰৈছে ।

ৰাজ্যৰ বান পৰিস্থিতি : শংকাত দিন কটাইছে ৰাইজে

ধেমাজি, ১৩ মে': ধেমাজিৰ জীয়াঢল - কুমটীয়াৰ উন্মুক্ত মথাউৰিয়ে শংকিত কৰি তুলিছে ধেমাজিৰ কুমটীয়াৰ সাপেখাতী - বগলীজান অঞ্চলৰ ৰাইজক । সমাগত বাৰিষাক লৈ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে ৰাজ্যৰ বিপদসংকুল মথাউৰিসমূহ তৎকালীনভাৱে মেৰামতিৰ নিৰ্দেশ দিছিল যদিও সকলো এতিয়া অসাৰ প্ৰতিপন্ন হৈ পৰিছে । 2017 বৰ্ষতে ধেমাজিৰ জীয়াঢল নৈৰ খহি পৰা সাপেখাতী - বগলীজান অঞ্চলৰ মথাউৰিটো মেৰামতিৰ অভাৱত বতমানলৈকে উন্মুক্ত হৈ পৰি ৰৈছে ।

ৰাজ্যৰ বান পৰিস্থিতি : শংকাত দিন কটাইছে ৰাইজে

মথাউৰি নিৰ্মাণৰ নামত এচপৰাও মাটি নপৰাৰ ফলত পুনৰ বানত ডুব যাব পাৰে বৰদলনি আৰু গোগামুখ ৰাজহ চক্ৰৰ অন্তৰ্গত বহু কেইখন গাঁও । সেয়েহে এতিয়া চিন্তিত হৈ পৰিছে সাপেখাতী - বগলীজান অঞ্চলটোৰ ৰাইজ ।

Intro: জীয়াঢল - কুমটীয়াৰ উন্মুক্ত মথাউৰিক লৈ শংকিত অঞ্চলবাসী ।

Body:ধেমাজি , 13 , মে : সমাগত বাৰিষাক লৈ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে ৰাজ্যৰ বিপদসংকুল মথাউৰি তৎকালীন মেৰামতি ব্যৱস্থা গ্ৰহণৰ নিৰ্দেশ দিয়াৰ সময়তে 2017 বৰ্ষতে ছিগা ধেমাজি ৰ জীয়াঢল নদীৰ কুমটীয়া ৰ সাপেখাতী -বগলীজান অঞ্চলৰ সোঁপাৰৰ মথাউৰি আজিও উন্মুক্ত হৈ থাকিল । মথাউৰি নিৰ্মাণৰ নামত নপৰিল এচপৰাও মাটি ।ফলত পুনৰ বানত ডুব যাব বৰদলনি আৰু গোগামুখ ৰাজহ চক্ৰ বহু কেইখন গাৱৰ বিস্তীৰ্ণ অঞ্চল । সেয়ে জীয়াঢল নদীৰ ভয়াবহ বানক ত্ৰস্তমান হৈ পৰিছে অঞ্চলবাসী ।

byte...1..&2..villager

DL

pradunya Bharali, Dhemaji, Assam, 13/5/2019

Conclusion:
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.