ETV Bharat / state

জোনাইত নিখোজ হোৱা ইছলাম আলীৰ মৃতদেহ উদ্ধাৰ ! - মৃতদেহ

জোনাইত মাছ মাৰিবলৈ গৈ নিখোজ হোৱা ইছলাম আলীৰ মৃতদেহ উদ্ধাৰ কৰিবলৈ সক্ষম হয় স্থানীয় ৰাইজে ।

জোনাইত  নিখোজ হোৱা ইছলাম আলীৰ মৃতদেহ  উদ্ধাৰ !

author img

By

Published : Oct 16, 2020, 1:16 PM IST

জোনাই, ১৬ অক্টোবৰ: জোনাই বাহিৰ চিলেত যোৱা বৃহস্পতিবাৰে জোনাই চিলে নদীত মাছ মাৰিবলৈ গৈ নিখোজ হৈ থকা ব্যক্তিজনৰ মৃতদেহ শুকুৰবাৰে ৰাতিপুৱা প্ৰায় ৫ বজাত উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে । জোনাইৰ উদয়পুৰ গাঁৱৰ বিজ্ঞান মহাবিদ্যালয়ৰ সমীপৰ ইছলাম(৪৮) আলি নামৰ ব্যক্তিজনে বৃহস্পতিবাৰে পুৱাই চিলে নদীত মাছ মাৰিবলৈ গৈ সন্ধিয়া প্ৰায় ৪.৩০ বজাত নিখোজ হৈছিল ৷ ইফালে লগে লগে সন্ধানহীন লোকজনৰ সন্ধানত পৰিয়াল আৰু ৰাইজে উদ্ধাৰ অভিযান চলাই বৃহস্পতিবাৰে ঘটনাস্থলীতে ব্যক্তিজনৰ জালখন উদ্ধাৰ কৰে যদিও ব্যক্তিজনৰ সন্ধান লাভ কৰিব পৰা নাছিল ৷

জোনাইত  নিখোজ হোৱা ইছলাম আলীৰ মৃতদেহ  উদ্ধাৰ !
জোনাইত নিখোজ হোৱা ইছলাম আলীৰ মৃতদেহ উদ্ধাৰ !

ঘটনাস্থলীৰ পৰা ২০০ মিটাৰ নিলগত ইছলাম হুছেইনৰ মৃতদেহটো উপঙি থকা অৱস্থাত প্ৰত্যক্ষ কৰে স্থানীয় ৰাইজে । ৰাইজে পৰিয়ালক খবৰ দিয়াত সেই ঠাইৰ পৰা ইছমাইল আলীৰ মৃতদেহটো উদ্ধাৰ কৰে ৷

লগতে পঢ়ক : দিল্লীৰ বায়ু প্ৰদূষণক লৈ মণিপুৰৰ ৯ বছৰীয়া কিশোৰীৰ প্ৰতিবাদ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.