ETV Bharat / state

জোনাইৰ বান-গৰাখহনীয়া অঞ্চল পৰিদৰ্শন ভূৱন পেগুৰ

জোনাই মহকুমাৰ কেইবাটাও বান-গৰাখহনীয়া অঞ্চলত পৰিদৰ্শন কৰে বিধায়ক ভূৱন পেগুৱে ৷ বান-গৰাখহনীয়া প্ৰতিৰোধৰ বাবে যৎপৰোনাস্তি চেষ্টা চলোৱা হ’ব বুলি উল্লেখ কৰে বিধায়ক গৰাকীয়ে ৷

author img

By

Published : May 28, 2021, 12:58 PM IST

Updated : May 28, 2021, 2:08 PM IST

জোনাই মহকুমাৰ বান গৰাখহনীয়া অঞ্চলত পৰিদৰ্শন ভূৱন পেগুৰ

জোনাই,28 মে’: বৃহস্পতিবাৰে জোনাইৰ চেঙাজান, বেৰাচাপৰি অঞ্চল পৰিদৰ্শন কৰে বিধায়ক ভূৱন পেগুৱে ৷ জোনাই মহকুমাৰ কেইবাটাও বান গৰাখহনীয়া অঞ্চলত পৰিদৰ্শন কৰি গৰাখহনীয়া অঞ্চলৰ পৰিস্থিতি বুজ লয় বিধায়ক ভূৱন পেগুৱে ৷

আনকি বিধায়ক গৰাকীয়ে জোনাই বেৰাচাপৰিত নিৰ্মাণ হৈ থকা মথাউৰি পৰিদৰ্শক কৰি জোনাই সমষ্টিৰ সমস্যা সমূহ তাৎক্ষণিক নিয়ন্ত্ৰণ কৰাৰ বাবে যৎপৰোনাস্তি চেষ্টা চলোৱা হ'ব বুলি মন্তব্য প্ৰকাশ কৰে ৷ জোনাইত গৰাখহনীয়া প্ৰতিৰোধ কৰিবৰ বাবে প্ৰায় ৫০ কোটি টকীয়া এক আঁচনি প্ৰয়োজন হ’ব বুলি সদৰি কৰে বিধায়ক ভূৱন পেগুৱে ৷

জোনাইৰ বান-গৰাখহনীয়া অঞ্চল পৰিদৰ্শন ভূৱন পেগুৰ

আনহাতে, ঐৰামঘাটৰ পৰা গালী ঘাট, চেঙাজান জোনাই মহকুমাৰ বান-খহনীয়াৰ সমস্যাৰ শীঘ্ৰে সমাধানৰ ব্যৱস্থা গ্ৰহণ কৰিবলৈ অসম চৰকাৰৰ জলসম্পদ বিভাগৰ মন্ত্ৰীৰ সৈতে যাৱতীয় আলোচনা কৰিব বুলিও উল্লেখ কৰে বিধায়ক গৰাকীয়ে ৷

লগতে পঢ়ক: ক'ভিড নিয়ন্ত্ৰণৰ বাবে মঙলদৈত সষ্টম আৰক্ষী প্ৰশাসন

Last Updated : May 28, 2021, 2:08 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.