ETV Bharat / state

ঋতুপৰ্ণ পেগুৰ হত্যাকাৰীক ফাঁচীৰ দাবীত মুখ্যমন্ত্ৰীলৈ স্মাৰক পত্ৰ প্ৰদান - ঋতুপৰ্ণ পেগুৰ হত্যাকাৰীক ফাঁচীৰ দাবীত মুখ্যমন্ত্ৰীলৈ স্মাৰক পত্ৰ প্ৰদান

স্মাৰক পত্ৰৰ জৰিয়তে ঋতুপৰ্ণ পেগুৰ জঘন্য হত্যাকাণ্ডত জড়িত দোষীক শাস্তি প্ৰদান, ঋতুপৰ্ণৰ পৰিয়ালক এককালীন সাহায্য হিচাপে পোন্ধৰ লাখ টকা প্ৰদান, ঋতুপৰ্ণ পেগুৰ নমহীয়া সন্তানৰ ভৰণ-পোষণৰ বাবে তেওঁৰ পত্নী অলিনা মিলি পেগুক অসম চৰকাৰে কৰ্ম সংস্থাপন দিয়াৰ লগতে খিলঞ্জীয়া জনগোষ্ঠীৰ সুৰক্ষা আৰু নিৰাপত্তা নিশ্চিত কৰিবলৈ দাবী জনাই দলটোৰ নেতৃত্বই ৷

Rituparno Pegu's killer
ঋতুপৰ্ণ পেগুৰ হত্যাকাৰীক ফাঁচীৰ দাবীত মুখ্যমন্ত্ৰীলৈ স্মাৰক পত্ৰ প্ৰদান
author img

By

Published : Jun 16, 2020, 12:26 AM IST

জোনাই , ১৫ জুনঃ ঋতুপৰ্ণ পেগুৰ হত্যাকাৰীৰ ফাঁচীৰ দাবীত মুখ্যমন্ত্ৰীলৈ স্মাৰক পত্ৰ প্ৰেৰণ কৰে টিএমপিকে ৰ নেতৃত্বৰ ৷ দেওবাৰে ডিব্ৰুগড়ৰ মোহনবাৰী বিমানবন্দৰত মুখ্যমন্ত্ৰী সোণোৱালক সাক্ষাৎ কৰি কেবাটাও দাবীসমূলি এখন স্মাৰকপত্ৰ প্ৰেৰণ কৰে ৷ স্মাৰক পত্ৰৰ জৰিয়তে ঋতুপৰ্ণ পেগুৰ জঘন্য হত্যাকাণ্ডত জড়িত দোষীক শাস্তি প্ৰদান, ঋতুপৰ্ণৰ পৰিয়ালক এককালীন সাহায্য হিচাপে পোন্ধৰ লাখ টকা প্ৰদান, ঋতুপৰ্ণ পেগুৰ নমহীয়া সন্তানৰ ভৰণ-পোষণৰ বাবে তেওঁৰ পত্নী অলিনা মিলি পেগুক অসম চৰকাৰে কৰ্ম সংস্থাপন দিয়াৰ লগতে খিলঞ্জীয়া জনগোষ্ঠীৰ সুৰক্ষা আৰু নিৰাপত্তা নিশ্চিত কৰিবলৈ দাবী জনাই দলটোৰ নেতৃত্বই ৷

ঋতুপৰ্ণ পেগুৰ হত্যাকাৰীক ফাঁচীৰ দাবীত মুখ্যমন্ত্ৰীলৈ স্মাৰক পত্ৰ প্ৰদান

মুখ্যমন্ত্ৰীক প্ৰদান কৰা স্মাৰক পত্ৰত টিএমপিকেৰ সভাপতি ৰাজকুমাৰ মৰাং, সাধাৰণ সম্পাদক তিলক দলে সমন্বিতে টিএমপিকেৰ কেবাজনো কেন্দ্ৰীয় সমিতিৰ বিষয়ববীয়াই স্বাক্ষৰ কৰে । উল্লেখ্য যে চিলাপথাৰ অকাজান অঞ্চলৰ লুইতপুৰ গাঁৱৰ হৰিনাথ পেগু আৰু কৃষ্ণাৱতী পেগুৰ কনিষ্ঠ পুত্ৰ ঋতুপৰ্ণ পেগুৱে তিনি বছৰ পূৰ্বৰ পৰা নুনমাটিস্থিত আৰ্মান হোম ফাৰ্নিচিঙত কৰ্মচাৰী হিচাপে কাম কৰিছিল ।

লগতে পঢ়কঃ আমগুৰিত মিটং মথাউৰিক লৈ শংকিত নৈ পৰীয়া ৰাইজ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.