ETV Bharat / state

জোনাইত যুদ্ধংদেহী মহিলাঃ জ্বলাই দিলে ভাং খেতি

জোনাইৰ পুৰণা জেলমৰ মহিলাসকলে অঞ্চলটোৰ প্ৰতি ঘৰ লোকৰ লগতে চাহ বাগানৰ কাষত থকা ভাং খেতি কাটি জ্বলায় দিয়ে, অঞ্চলটোৰ যুৱ-প্ৰজন্মক নিচা জাতীয় সামগ্ৰীৰ পৰা আঁতৰত ৰখাৰ বাবে মহিলাসকলে হাতত লয় এই পদক্ষেপ

author img

By

Published : May 25, 2019, 10:01 PM IST

জোনাইত মহিলাই জ্বলাই ভাং খেতি

জোনাই,২৫মে' : শনিবাৰে জোনাইৰ পুৰণা জেলমৰ মহিলাসকলে হাতত লয় এক অভিনৱ পদক্ষেপ । মহিলাসকলে পুৰণা জেলম গাঁৱৰ বহু লোকৰ ঘৰৰ লগতে চাহ বাগানৰ কাষত থকা বহু ভাং খেতি কাটি তহিলং কৰাৰ উপৰিও জ্বলায় দিয়ে । মহিলাসকলৰ মতে, তেওঁলোকে জ্বলাই দিয়া ভাং খিনিৰ মূল্য প্ৰায় ৫ লাখ হ'ব আৰু এই ভাংখিনি কেৱল যুৱ প্ৰজন্মৰ জীৱন ৰক্ষাৰ বাবেহে জ্বলাই দিয়া হৈছে । ইফালে, অঞ্চলটোত ধাৰাবাহিকভাৱে ভাং বিৰোধী অভিযান অব্যহূত ৰাখিব বুলি মহিলাসকলে মন্তব্য কৰি অঞ্চলটোৰ সকলো মহিলাক এই অভিযানত অংশগ্ৰহণ কৰিবলৈ আহ্বান জনায় ।

Intro:Body:জোনাইত লাখ লাখ টকাৰ ভাং খেতি নষ্ট গাঁৱৰ মহিলাই
জোনাই ২৫ মে'
অসম অৰুণাচল সীমান্তৰ জোনাইত দীৰ্ঘ দিনৰ পৰা ভাং, কানি, ড্ৰাগছ আদিৰ ৰমৰমীয়া ব্যৱসায় চলি থকাৰ সময়তে শুক্ৰবাৰে বিঘাই বিঘাই ভাং খেতি কাটি জ্বালাই দিয়ে একাংশ মহিলাইl জোনাইৰ পুৰণা জেলম গাঁৱৰ একাংশ অসাধুলোকে বহু বছৰৰ পৰা ভাং খেতি কৰি ব্যৱসায় চলাই অহাৰ লগতে ভাং সেৱন কৰাত অধিক উৎসাহিত কৰিছে গাঁৱখনৰ যুৱচামকl কিন্তু আজি পৰ্য্যন্ত কোনেও কোনো ধৰণৰ হস্তক্ষেপ নকৰাত যোৱা কেইবাদিনো ধৰি পুৰণালজেলম গাঁৱৰ মহিলা সকলৰ উদ্যোগত পুৰণা জেলম গাঁৱৰ বহু লোকৰ ঘৰৰ লগতে কাষতে থকা চাহ বাগানৰ কেইবাঠাইতো কৰি ৰখা ভাং খেতি কাটি তহিলং কৰাৰ পিচতে ঠায়ে ঠায়ে গোটাই দমে দমে জ্বলাই দিয়ে ভাংসমূহl জানিব পৰা মতে পুৰণা জেলম মহিলা সকলে জ্বলাই দিয়া ভাঙৰ পৰিমান কেইবালাখ টকাৰ আছিল l ইফালে জোনাইৰ পুৰণা জেলম গাঁৱৰ এইসকল মহিলাই যুৱ প্ৰজন্মক ভাং সেৱনৰ পৰা ৰক্ষা কৰিবলৈ গাঁৱখনৰ লগতে আঞ্চলটোত ধাৰাবাহিকভাৱে ভাং বিৰুধী অভিযান অব্যহত ৰাখিব আৰু এই অভিযানত সকলো ৰাইজকে ওলাই আহিবলৈ আহ্বান জনায়l

কৰবী দলে, জোনাইConclusion:
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.