ETV Bharat / state

ধেমাজিত ভাৰতীয় সেনাৰ দ্বাৰা চিকিৎসা সামগ্ৰী বিতৰণ - Indian army distributed mask,PPE kit

শনিবাৰে ধেমাজি স্বাস্থ্য ভৱনত বিতৰণ কৰা হয় ক'ভিড-19 মাস্ক,পি পি ই কিট আৰু ঔষধ ৷ ভাৰতীয় সেনাৰ অ পি সদ্ভাৱনাৰ অধীনত বিতৰণ কৰা হয় এই সমূহ সামগ্ৰী ৷

Indian army distributed mask,PPE kit, mediceine at Dhemaji
ধেমাজিত ভাৰতীয় সেনাৰ দ্বাৰা চিকিৎসা সামগ্ৰী বিতৰণ
author img

By

Published : Jan 30, 2021, 8:20 PM IST

ধেমাজি,30 জানুৱাৰী: ভাৰতীয় সেনাৰ অ পি সদ্ভাৱনাৰ অধীনত শনিবাৰে ধেমাজি স্বাস্থ্য ভৱনত বিতৰণ কৰা হয় ক'ভিড-19 মাস্ক,পি পি ই কিট আৰু ঔষধ ৷ ধেমাজি স্বাস্থ্যখণ্ডৰ উপৰিও চিচিবৰগাঁও স্বাস্থ্য খণ্ড আৰু গোগামুখ স্বাস্থ্য খণ্ডৰ স্বাস্থ্য কৰ্মীৰ মাজত 100 টা পি পি ই কিট, 102050 খন N 95/3 মাস্ক আৰু 550 টা চেনিটাইজাৰ বিতৰণ কৰা হয় ৷ এই অনুষ্ঠানত উপস্থিত থাকে সেনাৰ বিষয়া কৰ্নেল ৰাহুল প্ৰতাপ সিঙৰ লগতে ধেমাজি যুটীয়া স্বাস্থ্য সঞ্চালক ড৹ উদয়ন বৰুৱা, অতিৰিক্ত স্বাস্থ্য সঞ্চালক ড৹ ৰণিধৰ কাকতি, এন চি চি চি চাৰ্টিফিকেট প্ৰাপক তথা স্বাস্থ্য কৰ্মী কুসূম দত্তকে প্ৰমূখ্য কৰি কেইবাজনো বিশিষ্ট ব্যক্তি ৷

Indian army distributed mask,PPE kit, mediceine at Dhemaji
ধেমাজিত ভাৰতীয় সেনাৰ দ্বাৰা চিকিৎসা সামগ্ৰী বিতৰণ

সভাত সেনা বিষয়া কৰ্নেল ৰাহুল প্ৰতাপ সিঙে কয় যে, এবছৰ ধৰি কৰ'ণাৰ সতে স্বাস্থ্য কৰ্মী সকলে যুঁজি আহিছে ৷ সেয়েহে জিলাখনৰ স্বাস্থ্যখণ্ডত মুঠ চাৰি লাখ এনে সামগ্ৰী যোগানৰ ব্যৱস্থা কৰিব ৷

লগতে পঢ়কঃ লাইকা-দধীয়াবাসীৰ পুনৰ সংস্থাপনৰ বাবে সাহাৰ্য্য ঘোষণা মুখ্যমন্ত্ৰীৰ

For All Latest Updates

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.