ETV Bharat / state

অৰুণাচলত প্ৰদেশত কৰ'ণা আক্ৰান্তৰ সংখ্যা ১৩৫ জনলৈ বৃদ্ধি

author img

By

Published : Jun 20, 2020, 6:32 PM IST

অৰুণাচল প্ৰদেশত বৰ্তমানলৈকে কৰ'ণা আক্ৰান্তৰ সংখ্যা ১৩৫ জনলৈ বৃদ্ধি পোৱা বুলি জানিবলৈ দিয়ে প্ৰশাসনে ।

corona
কৰ'ণা

জোনাই,২০ জুন : দেশৰ বিভিন্ন ৰাজ্যৰ লগতে অৰুণাচল প্ৰদেশটো তীব্ৰ গতিত বৃদ্ধি পাইছে COVID 19 ত আক্ৰান্ত লোকৰ সংখ্যা ৷ অৰুণাচল প্ৰদেশত বৰ্তমানলৈকে কৰ'ণা আক্ৰান্তৰ সংখ্যা ১৩৫ জনলৈ বৃদ্ধি পোৱা বুলি জানিবলৈ দিয়ে প্ৰশাসনে । ‌‌‌‌‌ইয়াৰে ইটানগৰৰ কেপিটেল কম্পলেক্সত ১৮, চাংলাং জিলাত- ৬৪,ইষ্ট চিয়াং ৯,লোহিত জিলাত ৩,লংডিং ১, লৱাৰ ডিবাং ভেলি ৩, নামচাই ২, টাৱাং ১,তিৰাপ ২,ৱেষ্ট কামেং ১২,ৱেষ্ট চিয়াঙত ১,লৱাৰ চিয়াং ১ জন ৷

corona
অৰুণাচলত প্ৰদেশত কৰ'ণা আক্ৰান্তৰ সংখ্যা ১৩৫ জনলৈ বৃদ্ধি

উল্লেখ্য যে, ৰাজ্যখনত মুঠ ১৩৫ জন কৰ'ণা আক্ৰান্তৰ ভিতৰত এই পৰ্যন্ত ১৪ জন লোক সুস্থ হৈ নিজ নিজ ঘৰলৈ উভতিছে ৷ ইয়াৰে ১২১ জন লোকৰ দেহত বৰ্তমানেও কৰ'ণাৰ উপস্থিতি আছে বুলি জানিবলৈ দিয়ে চিকিৎসকে ৷

লগতে পঢ়কঃ বাঘজান তৈলক্ষেত্ৰ বন্ধৰ নিৰ্দেশ অসম প্ৰদূষণ নিয়ন্ত্ৰণ পৰিষদৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.