ETV Bharat / state

ধেমাজিত নতুন ভোটাৰৰ মাজত সজাগতা কাৰ্যসূচী

author img

By

Published : Mar 25, 2021, 7:06 AM IST

ধেমাজিত নতুন ভোটাৰ সকলক ভোটদানৰ প্ৰতি সজাগ কৰা উদ্দেশ্য ‘‘আমাৰ ভোট আমাৰ ভৱিষ্যত’’ শীৰ্ষক শ্ল'গানেৰে সজাগতা কাৰ্যসূচী ৷

ধেমাজিত নতুন ভোটাৰ সকলকৰ মাজত সজাগতা কাৰ্যসূচী

ধেমাজি, 25 মাৰ্চ: বুধবাৰে ধেমাজি জিলা প্ৰশাসনৰ নিৰ্বাচনী বিভাগৰ উদ্যোগত নতুন ভোটাৰসকলৰ মাজত ভোটদানৰ প্ৰতি সজাগতা অনাৰ উদ্দেশ্যে ধেমাজি ষ্টেডিয়ামত ‘‘আমাৰ ভোট আমাৰ ভৱিষ্যত’’ শীৰ্ষক শ্ল’গানেৰে এক মানব শৃংখল কাৰ্যসূচী ৰূপায়ন কৰা হয় ৷ এই মানব শৃংখল কাৰ্যসূচীত ধেমাজি জিলাৰ বিভিন্ন মহাবিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকলে অংশগ্ৰহণ কৰে ৷

ধেমাজিত নতুন ভোটাৰৰ মাজত সজাগতা কাৰ্যসূচী
ধেমাজিত নতুন ভোটাৰৰ মাজত সজাগতা কাৰ্যসূচী

এই অনুষ্ঠানত উপস্থিত থাকে ধেমাজি জিলা উপায়ুক্ত ডাঃ জীৱন বি এ, ধেমাজি জিলা প্ৰশাসনিক বিষয়া সংগীতা চৰকাৰৰ লগতে বহু কেইগৰাকী বিশিষ্ট ব্যক্তি ৷ এই অনুষ্ঠানতে বিভিন্ন মহাবিদ্যালয়ৰ পৰা অংশগ্ৰহণ কৰা ছাত্ৰ-ছাত্ৰীসকলে সাংস্কৃতিক কাৰ্যসূচী প্ৰদৰ্শন কৰে ৷

লগতে পঢ়ক: উত্তৰ কমলাবাৰী সত্ৰত সেৱা ল'লে মুখ্যমন্ত্ৰী সোনোৱালে

For All Latest Updates

TAGGED:

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.