ETV Bharat / state

ড৹ হিমন্ত বিশ্ব শৰ্মালৈ শুভেচ্ছা ধেমাজি জিলা অধিবিদ্যা পৰিষদৰ - নৱ নিৰ্বাচিত মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা

ধেমাজি জিলা অধিবিদ্যা পৰিষদে শুভেচ্ছা জ্ঞাপন কৰিলে অসমৰ নৱ নিৰ্বাচিত মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাক ৷ নিজৰ দক্ষতাৰ বলতেই মুখ্যমন্ত্ৰীৰ আসনখন অলংকৃত কৰিব পাৰিছে বুলি মুখ্যমন্ত্ৰী গৰাকীক প্ৰসংশাৰে উপচাই পেলায় জিলা অধিবিদ্যা পৰিষদৰ সভাপতি ফটিক দলে আৰু সম্পাদক খগেন পেগুৱে ৷

ড৹ হিমন্ত বিশ্ব শৰ্মালৈ শুভেচ্ছা ধেমাজি জিলা অধিবিদ্যা পৰিষদৰ

author img

By

Published : May 11, 2021, 1:26 PM IST

জোনাই, ১১ মে': অসমৰ নৱ নিৰ্বাচিত মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মালৈ শুভেচ্ছা জ্ঞাপন কৰিলে ধেমাজি জিলা অধিবিদ্যা পৰিষদে ৷ ড৹ শৰ্মাৰ প্ৰসংশাৰে পঞ্চমুখ হৈ পৰে পৰিষদৰ সভাপতি-সম্পাদককে আদি কৰি কৰ্মকৰ্তা সকল ৷ নিজৰ দক্ষতাৰ বলতেই মুখ্যমন্ত্ৰীৰ আসনখন অলংকৃত কৰিব পাৰিছে বুলি মুখ্যমন্ত্ৰী গৰাকীক প্ৰসংশাৰে উপচাই পেলায় জিলা অধিবিদ্যা পৰিষদৰ সভাপতি ফটিক দলে আৰু সম্পাদক খগেন পেগুৱে ৷

আগন্তুক দিনত নতুন চৰকাৰখনে অসমক দেশৰ সৰ্বশ্ৰেষ্ঠ আন ৰাজ্য সমূহৰ দৰেই প্ৰতিষ্ঠা কৰিব পাৰিব বুলি আশা প্ৰকাশ কৰাৰ লগতে ড৹ শৰ্মাৰ নেতৃত্বৰ আটাইবোৰ কেবিনেট মন্ত্ৰীলৈ শুভেচ্ছা জ্ঞাপন কৰি সকলোৰে সু-স্বাস্থ্য কামনা কৰিছে । তদুপৰি গৃহ জিলা ধেমাজি সমষ্টিৰ জনপ্ৰিয় বিধায়ক ডাঃ ৰণোজ পেগুৱে কেবিনেট মন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰাৰ পাচতে আনন্দত আত্মহাৰা হৈছে সমষ্টিবাসী ।

লগতে পঢ়ক: মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাক অভিনন্দন আমুলৰ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.