ETV Bharat / state

তৰুণ গগৈলৈ গহপুৰীয়া চাৰিআলি ব্যৱসায়ী সন্থাৰ শ্ৰদ্ধাঞ্জলি

author img

By

Published : Nov 24, 2020, 12:19 PM IST

প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈৰ মৃত্যুত শোকস্তব্ধ হৈ পৰিছে সমগ্ৰ ৰাজ্য ৷ বিভিন্ন প্ৰান্তৰ লগতে ধেমাজিৰ বিষ্ণুপুৰ গহপুৰীয়া চাৰিআলি ব্যৱসায়ী সন্থায়ো বন্তি প্ৰজ্বলনেৰে তেখেতলৈ শেষ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে ৷

as_dmj03_ tribute-to-formar-cm-late-tarun-gogoi_ing_as10021
প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈলৈ গহপুৰীয়া চাৰিআলি ব্যৱসায়ী সন্থাৰ শ্ৰদ্ধাঞ্জলি

ধেমাজি, 24 নৱেম্বৰঃ প্ৰয়াত প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈলৈ শ্ৰদ্ধাঞ্জলি ধেমাজিৰ বিষ্ণুপুৰ গহপুৰীয়া চাৰিআলি ব্যৱসায়ী সন্থাৰ ৷ অসমৰ ৰাজনীনৈতিক ক্ষেত্ৰখনত দীৰ্ঘদিন ধৰি সেৱা আগবঢ়োৱা নেতাগৰাকীৰ বিদেহী আত্মাৰ সদগতি কামনা কৰি বন্তি প্ৰজ্বলনৰ লগতে 1 মিনিট মৌন প্ৰাৰ্থনা আগবঢ়ায় ব্যৱসায়ী সন্থাই ৷

উল্লেখ্য যে,সোমবাৰে বিয়লি 5.34 মিনিটত জি এম চি এইচত শেষ নিশ্বাস ত্যাগ কৰে প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈয়ে ৷ তেখেতৰ মৃত্যুত শোকস্তদ্ধ হৈ পৰিছে ৰাজ্যবাসীৰ লগতে ৰাজনৈতিক ক্ষেত্ৰখন ৷ বিভিন্ন নেতাই তেখেতৰ মৃত্যুত শোক প্ৰকাশ কৰাৰ উপৰিও ঠায়ে ঠায়ে বন্তি প্ৰজ্বলনেৰে প্ৰিয় ৰাজনীতিক গৰাকীলৈ অৰ্পণ কৰা হৈছে শ্ৰদ্ধাঞ্জলি ৷

লগতে পঢ়ক-প্ৰমোদ বড়ো আৰু ইউ জি ব্ৰহ্মৰ শোকপ্ৰকাশ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.