ETV Bharat / state

শাৰদীয় বতৰত মৃৎ শিল্পীৰ দুচকুত হতাশাৰ চিন - মৃৎ শিল্পী

শাৰদীয় দুৰ্গোৎসৱক লৈ এতিয়া উচাহ আৰু ব্যস্ততা নাই মৃৎ শিল্পীৰ প্ৰতিষ্ঠানসমূহত । দুৰ্গা পূজা উদযাপনত চৰকাৰে নিষেধাজ্ঞা আৰোপ কৰিছে । ফল স্বৰূপে মৃৎ শিল্পৰ লগত জড়িত হৈ পৰিয়াল পোহপাল দি অহা পৰিয়াললৈ নামি আহিছে অন্ধকাৰ ।

durga statue
durga statue
author img

By

Published : Oct 10, 2020, 9:28 PM IST

ধেমাজি, 10 অক্টোবৰ : এতিয়া শাৰদীয় বতৰ ৷ শৰৎ মানেই দুৰ্গোৎসৱ ৷ কেউফালে উৎসৱৰ উলাহ ৷ কিন্তু এইবাৰ সেৰেঙা হৈ ৰৈছে শাৰদীয় বতৰ ৷ নাই কোনো উচাহ নাই কোনো উৎসৱৰ উন্মাদনা ৷ ক’ভিড-19 মহামাৰীৰ ফলত এইবেলি অনুষ্টূপীয়াকৈ হে অনুষ্ঠিত হ’ব দুৰ্গোৎসৱ ৷ নিয়ম মাফিকভাৱে সম্পাদন কৰা হ’ব পূজা ৷ যাৰ বাবে চাহিদা কমিছে মৃন্ময় প্ৰতিমাৰ ৷

durga statue
শাৰদীয় বতৰত মৃত শিল্পীৰ দুচকুত হতাশাৰ চিন

শাৰদীয় দুৰ্গোৎসৱক লৈ এতিয়া উচাহ আৰু ব্যস্ততা নাই মৃৎ শিল্পীৰ প্ৰতিষ্ঠানসমূহত । দূৰ্গা পূজা উদযাপনত চৰকাৰে নিষেধাজ্ঞা আৰোপ কৰিছে । ফল স্বৰূপে মৃৎ শিল্পৰ লগত জড়িত হৈ পৰিয়াল পোহপাল দি অহা পৰিয়াললৈ নামি আহিছে অন্ধকাৰ । ধেমাজিৰ অন্যতম প্ৰতিমা নিৰ্মাণ কৰা প্ৰতিষ্ঠান নটৰাজ শিল্পালয়ত এতিয়া নিমাওমাও পৰিৱশে বিৰাজ কৰিছে । প্ৰতি বছৰেই পশ্চিমবংগৰ পৰা শিল্পী আনি প্ৰতিমা নিৰ্মাণ কৰোৱা এই প্ৰতিষ্ঠান খনত এইবাৰ মাত্ৰ কেইটামানহে প্ৰতিমা নিৰ্মাণ কৰা হৈছে ৷ যাৰ বাবে অনাগত সময়ত আৰ্থিক সংকটৰ সন্মুখীন হ’ব লগা হোৱাৰ শংকাই দেখা দিছে মৃৎ শিল্পীৰ দুচকুত ৷
লগতে পঢ়ক : আগন্তুক তিনিদিনলৈ অন্ধ্ৰপ্ৰদেশত বৃষ্টিপাত হোৱাৰ সম্ভাৱনা

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.