ETV Bharat / state

শিলত চিত্ৰ অংকনেৰে কৰ’ণাৰ বিৰুদ্ধে সজাগতা সৃষ্টি

author img

By

Published : Oct 3, 2020, 2:10 PM IST

এগৰাকী শিক্ষকৰ ব্যতিক্ৰমী পদক্ষেপ ৷ শিলত চিত্ৰ অংকনেৰে কৰ’ণাৰ বিৰুদ্ধে সজাগতা সৃষ্টি পাছিঘাটৰ শিক্ষক কাৰাম গাৱৰ ৷

Drawing on rock creates awareness against covid 19 jonai dhemaji assam etv bharat news
শিলত চিত্ৰ অংকন

জোনাই,3 অক্টোবৰ: কৰ’ণা মহামাৰীৰ বিৰুদ্ধে সজাগতা সৃষ্টিৰ অৰ্থে চিত্ৰ অংকনেৰে এক ব্যতিক্ৰমী প্ৰয়াস কৰিছে পূৱ চিয়াং জিলাৰ পাছিঘাটৰ শিক্ষক কাৰাম গাৱে ৷ পাছিঘাটৰ সমীপৰ চিয়াং নদীৰ কমলিঘাটত শিলত চিত্ৰ অংকন কৰি মাক্স পৰিধান আৰু সামাজিক দুৰত্ব মানি চলাৰ বাবে সজাগতা সৃষ্টি কৰিবলৈ অভিনৱ পন্থা গ্ৰহণ কৰিছে শিক্ষকগৰাকীয়ে ৷

উল্লেখ্য যে, পূব অৰুণাচলৰ পাছিঘাটলৈ বিভিন্ন ঠাইৰ পৰা অহা পৰ্যটকসকল যাতে কৰ’ণা মহামাৰীৰ পৰা ৰক্ষা পৰাৰ লগতে প্ৰকৃতিৰ সুৰক্ষা দিব পাৰে তাৰবাবে এই প্ৰচেষ্টা গ্ৰহণ কৰে গাৱে ৷ ব্যক্তিগৰাকীৰ এই প্ৰচেষ্টাক অৰুণাচলৰ সচেতন মহলে প্ৰসংশা কৰে ৷

শিলত চিত্ৰ অংকন

লগতে চাওকঃ পাণ্ডুত উদ্ধাৰ যুৱকৰ মৃতদেহ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.