ETV Bharat / state

ৰাজ্যিক মৰ্যদাৰে ঘুনাসূঁতিত শেষকৃত্য সম্পন্ন ড0 টাবুৰাম টাইডৰ - "আগম মিগাং" তথা বিশিষ্ট শিক্ষাবিদ, ভাষাবিদ, গৱেষক ড' টাবুৰাম টাইডৰ নশ্বৰদেহ

জন্মস্থান গোগামুখৰ ঘুনাসূঁতিত জনসমুদ্ৰৰ মাজত ৰাজ্যিক ময’দাৰে শেষকৃত্য সম্পন বিশিষ্ট শিক্ষাবিদগৰাকীৰ

বিশিষ্ট শিক্ষাবিদ টাবুৰাম টাইডক জন্মস্থান ঘুনাসূঁতিত শেষ শ্ৰদ্ধাঞ্জলি
author img

By

Published : Aug 18, 2019, 8:35 PM IST

গোগামুখ, 18 আগষ্ট : "আগম মিগাং" তথা বিশিষ্ট শিক্ষাবিদ, ভাষাবিদ, গৱেষক ড' টাবুৰাম টাইডৰ নশ্বৰদেহ দেওবাৰে গুৱাহাটীৰ পৰা ঘুনাসুঁতি হৈ গোগামুখলৈ আনে | হেলিকাপ্টাৰেৰে গোগামুখৰ মহৰিকেম্প খেলপথাৰত অৱতৰণ কৰে আৰু তাৰে পৰা ফুলেৰে সু-সজ্বিত বিশেষ বাহনেৰে গোগামুখৰ মিচিং মুৰংঘৰ আৱতানি লত্তালৈ সমদল কৰি লৈ অহা হয় শিক্ষাবিদজনৰ নশ্বৰ দেহ | মিচিং সমাজৰ পিতামহস্বৰূপ টাবুৰাম টাইডৰ মৃতদেহ গোগামুখত পোৱাৰ লগে লগে ধেমাজি জিলা উপায়ুক্তই লগতে বিভিন্ন দ'ল সংগঠন, অনুষ্ঠান প্ৰতিষ্ঠানে আৰু শত সহস্ৰ গুণমুগদ্ধই উপস্থিত থাকি শেষ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে শি ৷ ইয়াৰ পাচতেই শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ পৰা সমাধীস্থলিলৈ লৈ অহা হয় তেখেতৰ নশ্বৰদেহ | শোকাকোল পৰিবেশৰ মাজেৰে সম্পূৰ্ণ ৰাজ্যিক মৰ্যদাৰে শেষ-কৃত্য সম্পন্ন কৰা হয় | শেষ-কৃত্য অনুষ্ঠানত ৰাজ্য চৰকাৰৰ হৈ উপস্থিত থাকে জলসিঞ্চন ৰঞ্জিত দত্ত ৷ লগতে অনুষ্ঠানটোত উপস্থিত থাকে বিধায়ক ডা: ৰণোজ পেগু, বিধায়ক ভূৱন পেগু, বিধায়ক প্ৰশান্ত ফুকন ৷

Intro:গোগামুখত জনসমুদ্ৰৰ মাজত ৰাজ্যিক ময’দাৰে শেষকৃত সম্পন বিশিষ্ট শিক্ষাবিদগৰাকীকBody:গোগামুখত জনসমুদ্ৰৰ মাজত ৰাজ্যিক ময’দাৰে শেষকৃত সম্পন বিশিষ্ট শিক্ষাবিদগৰাকীক ৷

ধেমাজি , ১৮ আগষ্ট :

বিশিষ্ট শিক্ষাবিদ, ভাষাবিদ, গৱেষক,
আগম মিগাং ড০ টাবুৰাম টাইডৰ নশ্বৰদেহ আজি গুৱাহাটীৰ পৰা ঘুনাসঁতি হৈ গোগামুখলৈ অনে| হেলিকাপ্টাৰেৰে গোগামুখৰ মহৰিকেম্প খেলপথাৰত অৱতাৰণ কৰে আৰু তাৰে পৰা ফুলেৰে সু সজ্বিত বিশেষ বাহনেৰে গোগামুখৰ মিচিং মুৰংঘৰ আৱতানি লত্তালৈ সমদল কৰি লৈ অহা হয়|
মিচিং সমাজৰ পিতামহস্বৰূপ টাবুৰাম টাইডৰ মৃতদেহ পোৱাৰ লগে লগে গোগামুখত শ্ৰদ্ধাঞ্জলি অনুষ্ঠান অনুষ্ঠিত কৰে|
ধেমাজি জিলা উপায়ুক্তই প্ৰথমে শ্ৰদ্ধাঞ্জলী জ্ঞাপন কৰে| বিভিন্ন দ'ল সংগঠন, অনুষ্ঠান প্ৰতিষ্ঠানে আৰু শত সহস্ৰ গুণমুগদ্ধই উপস্থিত থাকি শিক্ষাবিদ, প্ৰবক্তা ড০ টাবুৰাম টাইদৰ নশ্বৰ দেহত শেষ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে|
ইয়াৰ পাচতেই তেখেতৰ নশ্বৰদেহ শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ পৰা সমাধীস্থলিলৈ লৈ অহা হয়|
শোকাকোল পৰিবেশৰ মাজত সম্পূৰ্ণ ৰাজ্যিক মৰ্যদাৰে শেষ কৃত্য সম্পন্ন কৰা হয়|
Conclusion: লক্ষনীয়ভাৱে আজি শেষকৃত্য অনুষ্ঠানত কেবা শতাধিক গুনমুগ্ধই জনসমুদ্ৰত পৰিণত কৰে ৷ এই অনুষ্ঠানত ৰাজ্য চৰকাৰৰ হৈ ৰঞ্জিত দত্ত উপস্থিত থাকে| বিধায়ক ডা: ৰণোজ পেগু, বিধায়ক ভূৱন পেগু, বিধায়ক প্ৰশান্ত ফুকন আজিৰ শেষ কৃত্য অনুষ্ঠানত অংশ লয়|

byte,..1+2

Pradunya Bharali , Dhemaji , Assam , 18/8/2019
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.