ETV Bharat / state

ঠিকা ভিত্তিক শিক্ষকৰ প্ৰতিবাদঃ ধেমাজিত পঞ্চম দিনাও ব্যাহত পাঠদান - পাঠদান

পঞ্চম দিনাও নিজৰ মতত অটল থাকিল ঠিকা ভিত্তিক শিক্ষক সংস্থা ৷ অসমৰ বিভিন্ন ৰাজ্যৰ লগতে ধেমাজি জিলাৰ মুঠ 145 গৰাকী ঠিকাভিত্তিক শিক্ষকে বিদ্যালয়সমূহত শ্ৰেণী বৰ্জন কাৰ্যসূচী অব্যাহত ৰাখিছে

ধেমাজিত ব্যাহত পাঠদান প্ৰক্ৰিয়া
author img

By

Published : Aug 6, 2019, 4:23 PM IST

ধেমাজি,6আগষ্টঃ নিজৰ প্ৰাপ্য অধিকাৰৰ দাবীত সদৌ অসম হাইস্কুল ঠিকাভিত্তিক শিক্ষক সংস্থাই বন্ধ ৰাখিছে পাঠদান কাৰ্যসূচী ৷ এই কাৰ্যসূচীৰ তৃতীয় দিনাও নিজৰ মতত অটল থাকিল ঠিকা ভিত্তিক শিক্ষক সংস্থা ৷ অসমৰ বিভিন্ন ৰাজ্যৰ লগতে ধেমাজি জিলাৰ মুঠ 145 গৰাকী ঠিকাভিত্তিক শিক্ষকে বিদ্যালয়সমূহত শ্ৰেণী বৰ্জন কাৰ্যসূচী অব্যাহত ৰাখিছে ৷ফলত গণিত ,ইংৰাজী আৰু বিজ্ঞান বিষয়ত পাঠদানৰ পৰা বঞ্চিত হবলগীয়া হৈছে ছাত্ৰ ছাত্ৰীসকল ।

ধেমাজিত ব্যাহত পাঠদান প্ৰক্ৰিয়া

ইফালে পাঠদানৰ পৰা বিৰত থাকিবলগীয়া হোৱাৰ বাবে ধেমাজি জিলা শিক্ষক সংস্থাৰ সম্পাদকগৰাকীয়ে জিলাবাসীৰ ওচৰত হাতযোৰ কৰি ক্ষমা বিচাৰে ৷ চৰকাৰে চাকৰি নিয়মীয়া কৰি তেওঁলোকক নিৰাপত্তা দিয়াৰ বাবে দাবী জনাই ধেমাজি জিলা শিক্ষক সংস্থাই । তেওঁলোকৰ দাবী তথা চাকৰি নিয়মীয়া নকৰা পৰ্যন্ত এনে শ্ৰেণী বৰ্জন অব্যাহত থাকিব আৰু আৰু পৰৱৰ্তী সময়তো আন্দোলন অধিক তীব্ৰতৰ হ'ব বুলি মন্তব্য কৰে শিক্ষকসকলে ।

Intro: ঠিকা ভিত্তিক শিক্ষক সস্থাৰ প্ৰতিবাদত ধেমাজিত অচল পাঠদান প্ৰক্ৰিয়া । হাতযোৰ কৰি ক্ষমা বিচাৰিলে সংস্থাৰ সম্পাদ গৰাকীয়ে ।

Body:ধেমাজি ,, 6 ,, ,আগষ্ট , নিজৰ প্ৰাপ্যৰ অধিকাৰৰ দাৱীত সদৌ অসম হাই স্কুল ঠিকা ভিত্তিতক শিক্ষক সংস্থাই আহ্বান জনোৱা ততী দিনাও অতল হৈ পৰিল ধেমাজি জিলা হাই স্কুল সমূ হৰ পাঠদান প্ৰক্ৰিয়া । ধেমাজি জিলাৰ মুঠ 145 গৰাকী ঠিকাভিত্তিক শিক্ষকসকলে বিদ্যালয়সমূহত শ্ৰেণী বৰ্জন কাৰ্যসূচী অব্যাহততৰাখিছে । ফলত গণিত , ইংৰাজী আৰু বিজ্ঞান বিষয়ত পাঠদানৰ পৰা বঞ্চিত হবলগীয়া হৈছে ছাত্র ছাত্ৰীসকল ।

Conclusion:
ইফালে পাঠদানৰ পৰা বিৰত থাকিবলগীয়া হোৱাৰ বাবে ধেমাজি জিলা শিক্ষক সংস্থাৰ সম্পাদকগৰাকীয়ে জিলাবাসীৰ ওচৰত হাতযোৰ কৰি বিচাৰিলে ক্ষমা ।
চৰকাৰে চাকৰি নিয়মীয়া কৰি তেওঁলোকক নিৰাপত্তা দিয়াৰ বাবে দাবী জনাই । তেওঁৰলোকৰ দাবী তথা চাকৰি নিয়মীয়া নকৰা পৰ্যন্ত পৰৱৰ্তী সময়ত এনে শ্ৰেণী বৰ্জন অব্যাহত থাকিব আৰু আন্দোলন অধিক তীব্ৰতৰ হব বুলি মন্তব্য কৰে শিক্ষকসকলে ।

DL +vis

pradunya Bharali etv bharat assam .. 6/8/2019

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.