ETV Bharat / state

বিভিন্ন প্ৰান্তৰ দৰে ধেমাজীতো আজিৰে পৰা আৰম্ভ হ’ল বিদ্যালয় সমূহৰ পাঠদান

শুকুৰবাৰৰ পৰা ধেমাজি শিক্ষাখণ্ডৰ অধীনৰ ধেমাজি নগৰ বাল্য বিদ্যাপীঠ বিদ্যালয়ৰ আৰু ভৰালীচুক প্ৰাথমিক বিদ্যালয়ৰ কৰ্তৃপক্ষৰ ব্যাপক তৎপৰতাৰে আৰম্ভ কৰিছে পাঠদান ৷

author img

By

Published : Jan 1, 2021, 4:40 PM IST

ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ দৰে ধেমাজীতো আজিৰে পৰা আৰম্ভ হ’ল বিদ্যালয় সমূহৰ পাঠদান

ধেমাজী,1 জানুবৱাৰীঃ কৰ’ণা মহামাৰীৰ বাবে বিগত দহ মাহে বিদ্যালয় সমূহ বন্ধ হৈ থকাৰ পিছতে চৰকাৰী নিৰ্দেশনা আৰু ক’ভিড প্ৰটকল অনুসৰি সমগ্ৰ ৰাজ্যৰ লগতে ধেমাজি জিলাতো পহিলা জানুৱাৰীৰ পৰা বিদ্যালয় সমূহৰ পাঠদান প্ৰক্ৰিয়া আৰম্ভ হৈছে ৷

উল্লেখযোগ্য যে, শুকুৰবাৰৰ পৰা ধেমাজি শিক্ষাখণ্ডৰ অধীনৰ ধেমাজি নগৰ বাল্য বিদ্যাপীঠ বিদ্যালয়ৰ আৰু ভৰালীচুক প্ৰাথমিক বিদ্যালয়ৰ কৰ্তৃপক্ষৰ ব্যাপক তৎপৰতাৰে আৰম্ভ কৰিছে পাঠদান ৷ ইপিনে ক’ভিড প্ৰটক’ল অনুসৰি প্ৰায় সংখ্যক কণ কণ শিৰ্ক্ষাথীয়ে মুখত মাস্ক পৰিধান কৰি শ্ৰেণী কোঠাত প্ৰৱেশ কৰা দেখা গৈছে ৷

লগতে পঢ়কঃ ক'ভিড প্ৰট'কল মানি আৰম্ভ হ'ল বিদ্যালয়ৰ পাঠদান

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.