ধেমাজি, 9 আগষ্টঃ ধেমাজিত পুনৰ জীয়াঢলৰ সংহাৰী বান । শিক্ষক, ছাত্ৰ-ছাত্ৰীৰ চকুৰ সন্মুখতেই শুকুৰবাৰে খহি পৰিল এটা বিদ্যালয়গৃহ । দৈৱক্ৰমে আন এক ভয়ংকৰ দুৰ্ঘটনাৰ পৰা ৰক্ষা পৰিল বিদ্যালয়খনৰ ছাত্ৰ-ছাত্ৰী । ধেমাজি শিক্ষা খণ্ডৰ অন্তৰ্গত ১৯৮৯ চনতে স্থাপন হোৱা ন-আলি ভজুগাঁও জ্ঞানজ্যোতি হাইস্কুলৰ দুটা পকী গৃহ সম্পূৰ্ণৰূপে জাহ যায় জীয়াঢলৰ বুকুত । ইপিনে বিদ্যালয়খনৰ আন দুটা শ্ৰেণী কোঠাতো অব্যাহত আছে তীব্ৰ খহনীয়া । যিকোনো মুহূৰ্ততে জাহ যাব পাৰে আনটো গৃহও । জীয়াঢলৰ খহনীয়াৰ সন্দৰ্ভত বিদ্যালয়খনৰ কতৃপক্ষই বহুবাৰ সংশ্লিষ্ট বিভাগক অৱগত কৰি আহিছিল যদিও যথোচিত পদক্ষেপ গ্ৰহণ নকৰাৰ পৰিপ্ৰেক্ষিতত বিদ্যালয়খন জাহ যায় বুলি মন্তব্য কৰে শিক্ষকসকলে ।
ধেমাজিত জীয়াঢলৰ বুকুত জাহ গ'ল বিদ্যালয়ৰ গৃহ - flood
ধেমাজিৰ ন-আলি ভজুগাঁও জ্ঞানজ্যোতি হাইস্কুলৰ দুটা পকী গৃহ সম্পূৰ্ণৰূপে জাহ যায় জীয়াঢলৰ বুকুত । ইপিনে বিদ্যালয়খনৰ আন দুটা শ্ৰেণী কোঠাতো অব্যাহত আছে খহনীয়া ।
ধেমাজি, 9 আগষ্টঃ ধেমাজিত পুনৰ জীয়াঢলৰ সংহাৰী বান । শিক্ষক, ছাত্ৰ-ছাত্ৰীৰ চকুৰ সন্মুখতেই শুকুৰবাৰে খহি পৰিল এটা বিদ্যালয়গৃহ । দৈৱক্ৰমে আন এক ভয়ংকৰ দুৰ্ঘটনাৰ পৰা ৰক্ষা পৰিল বিদ্যালয়খনৰ ছাত্ৰ-ছাত্ৰী । ধেমাজি শিক্ষা খণ্ডৰ অন্তৰ্গত ১৯৮৯ চনতে স্থাপন হোৱা ন-আলি ভজুগাঁও জ্ঞানজ্যোতি হাইস্কুলৰ দুটা পকী গৃহ সম্পূৰ্ণৰূপে জাহ যায় জীয়াঢলৰ বুকুত । ইপিনে বিদ্যালয়খনৰ আন দুটা শ্ৰেণী কোঠাতো অব্যাহত আছে তীব্ৰ খহনীয়া । যিকোনো মুহূৰ্ততে জাহ যাব পাৰে আনটো গৃহও । জীয়াঢলৰ খহনীয়াৰ সন্দৰ্ভত বিদ্যালয়খনৰ কতৃপক্ষই বহুবাৰ সংশ্লিষ্ট বিভাগক অৱগত কৰি আহিছিল যদিও যথোচিত পদক্ষেপ গ্ৰহণ নকৰাৰ পৰিপ্ৰেক্ষিতত বিদ্যালয়খন জাহ যায় বুলি মন্তব্য কৰে শিক্ষকসকলে ।
Body:ধেমাজিত জীয়াঢলৰ বুকুত জাহ গ'ল বিদ্যালয়ৰ গৃহ
আমাৰ ধেমাজি , 9 আগষ্ট : জীয়াঢলৰ কালান্তক বানত জাহ গ'ল বিদ্যালয় গৃহ । শিক্ষক ছাত্ৰ ছাত্ৰী চকুৰ সন্মুখতেই শুক্ৰবাৰে খহি পৰিল বিদ্যালয় গৃহ । দৈৱক্ৰমে আন এক ভয়ংকৰ দুঘটনাৰ পৰা ৰক্ষা পৰিল ছাত্ৰ ছাত্রী । ধেমাজি শিক্ষা খণ্ডৰ অন্তৰ্গত ১৯৮৯ চনতে স্থাপন হোৱা ন- আলি ভজুগাওঁ জ্ঞানজ্যোতি হাই স্কুলৰ বিদ্যালয়ৰ দুটা পকী গৃহ সম্পূৰ্ণৰূপে জাহ যায় জীয়াঢলৰ বুকুত । লগতে আন দুটা শ্ৰেণী কোঠাতো
অব্যাহত আছে তীব্র খহনীয়া । যিকোনো মুহূৰ্ততে জাহ যাব পাৰে আনটো গৃহ ও ।
Conclusion:জীয়াঢলৰ খহনীয়াৰ সন্দৰ্ভত বিদ্যালয়খনৰ কতৃপক্ষ ই বহবাৰ সংশ্লিষ্টবিভাগবোৰক অৱগত কৰি আহিছিল যদিও যথোচিত পদক্ষেপ গ্ৰহন নকৰাৰ পৰিপ্ৰেক্ষিতত বিদ্যালয়খন জাহ যায় বুলি মন্তব্য কৰে শিক্ষকহকলে ।
byte...1..+2..teacher
pradunya Bharali , Dhemaji , Assam, 9/8/2019