ETV Bharat / state

ধেমাজিৰ গোগামুখত কংগ্ৰেছৰ 'অস্তিত্ব ৰক্ষাৰ জনজাগৰণ যাত্ৰা'

author img

By

Published : Jan 24, 2020, 10:55 PM IST

গোগামুখত ধেমাজি জিলা কংগ্ৰেছৰ উদ্যোগত শুকুৰবাৰে 'অস্তিত্ব ৰক্ষাৰ জনজাগৰণ যাত্ৰা' নামেৰে এক প্ৰতিবাদী কাৰ্যসূচী ৰপায়ন কৰে ৷

'অস্তিত্ব ৰক্ষাৰ জনজাগৰন যাত্ৰা'
'অস্তিত্ব ৰক্ষাৰ জনজাগৰন যাত্ৰা'

ধেমাজি, 24 জানুৱাৰীঃ CAA প্ৰত্যাহাৰৰ লগতে ছয় জনগোষ্ঠীৰ জনজাতিকৰণ আৰু চাহ শ্ৰমিকৰ মজুৰি বৃদ্ধিৰ দাবীত শুকুৰবাৰে গোগামুখত, ধেমাজি জিলা কংগ্ৰেছৰ উদ্যোগত 'অস্তিত্ব ৰক্ষাৰ জনজাগৰণ যাত্ৰা' কাৰ্যসূচী ৰূপায়ণ কৰে ৷ বিভিন্ন চৰকাৰ বিৰোধী শ্ল'গানেৰে পৰিৱেশ উত্তাল কৰি তোলাৰ লগতে, কংগ্ৰেছ দল ক্ষমতালৈ আহিলে 24 ঘন্টাৰ ভিতৰত কেবিনেটত সিদ্ধান্ত লৈ CAA বাতিল কৰাৰ প্ৰস্তাৱ গ্ৰহণ কৰিব বুলি উল্লেখ কৰে৷ এই সমদলত অংশগ্ৰহণ কৰে অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতি ৰিপুন বৰা, মুখপাত্ৰ কমল মেধি, হৰিশ ৰাৱাটৰ লগতে কংগ্ৰেছৰ কেইবাগৰাকীও নেতা তথা পদাধিকাৰীয়ে ৷

ধেমাজিৰ গোগামুখত 'অস্তিত্ব ৰক্ষাৰ জনজাগৰন যাত্ৰা'

লগতে পঢ়ক ঃ নিবনুৱা সমস্যা সমাধানৰ বাবে গুৰুত্ব আৰোপ কৰা নাই বিজেপিয়েঃঅংকিতা দত্ত

Intro:Body:

Dhemaji Sankalp samaroh

Conclusion:
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.