ধেমাজি , 11 , মে :ৰাজ্যত পুনৰ মুন্না ভাই এম বি বি এছ ৰূপী চিকিৎসক । অচ্যুত শইকীয়া নামৰ ভুৱা চিকিৎসকজনে নিজকে ছালৰ বিশেষজ্ঞ চিকিৎসক বুলি পৰিচয় দি ধেমাজি সদৰৰ সুৰক্ষা মেডিকেল ফাৰ্মাচী আৰু লাইফ ড্ৰাগছ হাউচ নামৰ ফাৰ্মাচীৰ জৰিয়তে চিকিৎসা সেৱা আগবঢ়াই । পিছলৈ জিলাখনৰ গোগামুখ , চিলাপথাৰ আৰু ঢকুৱাখনা , লক্ষীমপুৰ আদি বিভিন্ন ফাৰ্মাচীৰ জৰিয়তে ব্যৱসায় সম্প্ৰসাৰণ কৰে চিকিৎসকজনে । উল্লেখ্য যে, যোৰহাট মহাবিদ্যালয়ৰ অস্থি ৰোগ বিভাগৰ সহকাৰী অধ্যাপক ডা: কিৰণ সোণোৱালৰ পঞ্জীয়ন নম্বৰ ব্যৱহাৰ কৰি আহিছিল মুন্না ভাই ৰূপী চিকিৎসকজনে । অৱশেষত সমস্ত ঘটনাৰ বিষয়ে জানিব পাৰি ডাঃ কিৰণ সোণোৱালে লক্ষীমপুৰৰ সংশ্লিষ্ট ফাৰ্মাচীখনক অৱগত কৰাত লক্ষীমপুৰ টাউন মেডিকেল নামৰ ফাৰ্মাচীখনৰ স্বতাধিকাৰীয়ে লক্ষীমপুৰ সদৰ থানাত গোচৰ তৰে । আৰক্ষীয়ে 407/19 , ভাৰতীয় দণ্ড বিধি আইনৰ অধীনত 419/420/468/471 গোচৰ ৰুজু কৰি শুক্ৰবাৰে নিশাই টীয়কৰ এটা ভাড়াঘৰৰ পৰা গ্ৰেপ্তাৰ কৰিছে ভুৱা চিকিৎসকগৰাকীক । আনফালে শনিবাৰে ধেমাজিতো ভুৱা চিকিসকজনৰ বিৰুদ্ধে ধেমাজি লাইভ ড্ৰাগছ নামৰ ফাৰ্মাচী খনৰ স্বত্বাধিকাৰীয়ে ধেমাজি সদৰ থানাত গোচৰ ৰুজু কৰিছে ।মনকৰিবলগীয়া যে ৰাজ্যৰ , জনসাধাৰণৰক সময়ে সময়ে গিনিপিগ সজাই কেৱল ধন ঘটাৰ উদ্দেশ্য এইসকল মুন্না ভাই ৰূপী চিকিৎসকে ৰোগীৰ জীৱনৰ সৈতে হেতালি খেলি অহাৰ লগতে ৰাজ্যত অবাধে বৃদ্ধি পোৱা জীৱন দায়িনী ব্যৱসায়ৰ লগত জড়িত ফাৰ্মাচী স্বত্বাধিকাৰী সকলৰ ভূমিকাও কিন্তু চিন্তা কৰিবলগীয়া ।
ধেমাজিত মুন্না ভাইৰ বিৰুদ্ধে গোচৰ ৰুজু - achyut saikia
যোৰহাট মহাবিদ্যালয়ৰ অস্থি ৰোগ বিভাগৰ সহকাৰী অধ্যাপক ডা: কিৰণ সোণোৱালৰ পঞ্জীয়ন নম্বৰ ব্যৱহাৰ কৰি আহিছিল মুন্না ভাই ৰূপী চিকিৎসকজনে । অৱশেষত সমস্ত ঘটনাৰ বিষয়ে জানিব পাৰি ডাঃ কিৰণ সোণোৱালে লক্ষীমপুৰৰ সংশ্লিষ্ট ফাৰ্মাচীখনক অৱগত কৰাত লক্ষীমপুৰ টাউন মেডিকেল নামৰ ফাৰ্মাচীখনৰ স্বতাধিকাৰীয়ে লক্ষীমপুৰ সদৰ থানাত গোচৰ তৰে ।
ধেমাজি , 11 , মে :ৰাজ্যত পুনৰ মুন্না ভাই এম বি বি এছ ৰূপী চিকিৎসক । অচ্যুত শইকীয়া নামৰ ভুৱা চিকিৎসকজনে নিজকে ছালৰ বিশেষজ্ঞ চিকিৎসক বুলি পৰিচয় দি ধেমাজি সদৰৰ সুৰক্ষা মেডিকেল ফাৰ্মাচী আৰু লাইফ ড্ৰাগছ হাউচ নামৰ ফাৰ্মাচীৰ জৰিয়তে চিকিৎসা সেৱা আগবঢ়াই । পিছলৈ জিলাখনৰ গোগামুখ , চিলাপথাৰ আৰু ঢকুৱাখনা , লক্ষীমপুৰ আদি বিভিন্ন ফাৰ্মাচীৰ জৰিয়তে ব্যৱসায় সম্প্ৰসাৰণ কৰে চিকিৎসকজনে । উল্লেখ্য যে, যোৰহাট মহাবিদ্যালয়ৰ অস্থি ৰোগ বিভাগৰ সহকাৰী অধ্যাপক ডা: কিৰণ সোণোৱালৰ পঞ্জীয়ন নম্বৰ ব্যৱহাৰ কৰি আহিছিল মুন্না ভাই ৰূপী চিকিৎসকজনে । অৱশেষত সমস্ত ঘটনাৰ বিষয়ে জানিব পাৰি ডাঃ কিৰণ সোণোৱালে লক্ষীমপুৰৰ সংশ্লিষ্ট ফাৰ্মাচীখনক অৱগত কৰাত লক্ষীমপুৰ টাউন মেডিকেল নামৰ ফাৰ্মাচীখনৰ স্বতাধিকাৰীয়ে লক্ষীমপুৰ সদৰ থানাত গোচৰ তৰে । আৰক্ষীয়ে 407/19 , ভাৰতীয় দণ্ড বিধি আইনৰ অধীনত 419/420/468/471 গোচৰ ৰুজু কৰি শুক্ৰবাৰে নিশাই টীয়কৰ এটা ভাড়াঘৰৰ পৰা গ্ৰেপ্তাৰ কৰিছে ভুৱা চিকিৎসকগৰাকীক । আনফালে শনিবাৰে ধেমাজিতো ভুৱা চিকিসকজনৰ বিৰুদ্ধে ধেমাজি লাইভ ড্ৰাগছ নামৰ ফাৰ্মাচী খনৰ স্বত্বাধিকাৰীয়ে ধেমাজি সদৰ থানাত গোচৰ ৰুজু কৰিছে ।মনকৰিবলগীয়া যে ৰাজ্যৰ , জনসাধাৰণৰক সময়ে সময়ে গিনিপিগ সজাই কেৱল ধন ঘটাৰ উদ্দেশ্য এইসকল মুন্না ভাই ৰূপী চিকিৎসকে ৰোগীৰ জীৱনৰ সৈতে হেতালি খেলি অহাৰ লগতে ৰাজ্যত অবাধে বৃদ্ধি পোৱা জীৱন দায়িনী ব্যৱসায়ৰ লগত জড়িত ফাৰ্মাচী স্বত্বাধিকাৰী সকলৰ ভূমিকাও কিন্তু চিন্তা কৰিবলগীয়া ।
Body:ধেমাজি , 11 , মে :ৰাজ্যত পুনৰ মুন্না ভাই এম বি বি এছ ৰূপী চিকিৎসক । অচ্যুত শ ইকীয়া নামৰ ভুৱা চিকিৎসকজনে নিজকে ছালৰ বিশেষজ্ঞ চিকিৎসক বুলি পৰিচয় দি ধেমাজি সদৰৰ সুৰক্ষা মেডিকেল ফাৰ্মাচী আৰু লাইফ ড্ৰাগছ হাউচ নামৰ ফাৰ্মাচী জৰিয়তে চিকিৎসা সেৱা আগবঢ়াই ।পিছলৈ জিলাখনৰ গোগামুখ , চিলাপথাৰ , আৰু ঢকুৱাখনা , লক্ষীমপুৰ আদি বিভিন্ন ফাৰ্মাচীৰ জৰিয়তে ব্যৱসায় সম্প্ৰসাৰণ কৰে চিকিৎসকজনে ।উল্লেখ্য যে যোৰহাট মহাবিদ্যালয়ৰ অস্থি ৰোগ বিভাগৰ সহকাৰী অধ্যাপক ডা: কিৰণ সোণোৱালৰ পঞ্জীয়ন ন্ ম্বৰ ব্যৱহাৰ কৰি আহিছিল মুন্না ভাই ৰূপী চিকিৎসকজনে ।
অৱশেষত সমস্ত ঘটনাৰ বিষয়ে জানিব পাৰি ডাঃ কিৰণ সোণোৱালে লক্ষীমপুৰৰৰ সংশ্লিষ্ট ফাৰ্মাচীখনক অৱগত কৰাত লক্ষীমপুৰ টাউন মেডিকেল নামৰ ফাৰ্মাচীখনৰ স্বতাধিকাৰীয়ে লক্ষীমপুৰ হদৰ থানাত গোচৰ তৰে ।আৰক্ষীয়ে 407/19 , ভাৰতীয় দণ্ড বিধি আইনৰ অধীনত 419/420/468/471 গোচৰ ৰুজু কৰি শুক্ৰবাৰে নিশাই টিয়কৰ এটা ভাড়া ঘৰৰ পৰা গ্ৰেপ্তাৰ কৰিছে ভুৱা চিকিৎসকগৰাকীক ।
আনফালে শনিবাৰে ধেমাজিতো ভুৱা চিকিসকজনৰ বিৰুদ্ধে ধেমাজি লাইভ ড্ৰাগছ নামৰ ফাৰ্মাচী খনৰ স্বতাধিকাৰীয়ে ধেমাজি সদৰ থানাত গোচৰ ৰুজু কৰিছে ।
মনকৰিবলগীয়া যে ৰাজ্যৰ , জনসাধাৰণৰক সময়ে সময়ে গিনিপিগ সজাই কেৱল ধন ঘটাৰ উদ্দেশ্য এইসকল মুন্না ভাই ৰূপী চিকিৎসকে আভুৱা ভাৰি আহিছে বহু ৰোগীৰ জীৱনৰ সৈতে হেতালি খেলি অহাৰ লগতে ৰাজ্যত অবাধে বৃদ্ধি পোৱা জীৱন দায়িনী ব্যৱসায়ৰ লগত জড়িত ফাৰ্মাচী স্বতাধিকাৰী সকললৰ ভূমিকাও কিন্তু চিন্তা কৰিবলগীয়া ।
byte.....1..&2..
pradunya Bharali ,Dhemaji , Assam , 11/5/2019
Conclusion: