ধেমাজি,21মে: বাৰিষাৰ আৰম্ভ হৈছে যদিও এইপৰ্যন্ত নিৰ্মান সম্পূৰ্ণ হোৱা নাই ৰাজ্যৰ বিভিন্ন ঠাইৰ মথাউৰিসমূহ । ধেমাজিৰ চকুলো খ্যাত জীয়াঢল নৈৰ কুমটীয়াৰ সোঁ-পাৰৰ মথাউৰিৰ এটা অংশ নিৰ্মীয়মান অৱস্থাতে আছে । সমগ্ৰ মথাউৰিটো কোনোবা অংশত মাটিৰ কাম সম্পূৰ্ণ হৈছে যদিও এতিয়াও কিছু অংশত আগবঢ়া নাই মথাউৰিৰ কাম । ইপিনে প্ৰতিকূল বতৰৰ বাবে সংশ্লিষ্ট বিভাগটোৰ ঠিকাদাৰে কেতিয়ালৈ নিৰ্মান সম্পূৰ্ণ কৰিব তাক লৈ সন্দিহান হৈ পৰিছে স্থানীয় ৰাইজ । এনেদৰে অসম্পূৰ্ণ হৈ থাকিলে বাৰিষাৰ বৰষুণত যিকোনো মুহূৰ্তত জীয়াঢল নৈৰ পানী বাগৰি বৰদলনিৰ বিস্তীৰ্ণ অঞ্চলত ত্ৰাস সৃষ্টি কৰাক লৈ চিন্তিত একাংশ স্থানীয় ৰাইজ ৷ ইপিনে প্ৰতিবছৰেই বাৰিষাৰ সময়তহে মথাউৰিৰ নিৰ্মানৰ কাম আৰম্ভ কৰাক লৈ ক্ষোভ উজাৰে একাংশ ৰাইজে ৷
ধেমাজিত সম্পূৰ্ণ নহ'ল মথাউৰি,ৰাইজৰ ক্ষোভ
বাৰিষাৰ পূৰ্বে ধেমাজিত সম্পূৰ্ণ নহ'ল মথাউৰি । ঠিকাদাৰ, অভিযন্তাৰ কামত অসন্তুষ্ট স্থানীয় একাংশ ৰাইজ ৷
ধেমাজি,21মে: বাৰিষাৰ আৰম্ভ হৈছে যদিও এইপৰ্যন্ত নিৰ্মান সম্পূৰ্ণ হোৱা নাই ৰাজ্যৰ বিভিন্ন ঠাইৰ মথাউৰিসমূহ । ধেমাজিৰ চকুলো খ্যাত জীয়াঢল নৈৰ কুমটীয়াৰ সোঁ-পাৰৰ মথাউৰিৰ এটা অংশ নিৰ্মীয়মান অৱস্থাতে আছে । সমগ্ৰ মথাউৰিটো কোনোবা অংশত মাটিৰ কাম সম্পূৰ্ণ হৈছে যদিও এতিয়াও কিছু অংশত আগবঢ়া নাই মথাউৰিৰ কাম । ইপিনে প্ৰতিকূল বতৰৰ বাবে সংশ্লিষ্ট বিভাগটোৰ ঠিকাদাৰে কেতিয়ালৈ নিৰ্মান সম্পূৰ্ণ কৰিব তাক লৈ সন্দিহান হৈ পৰিছে স্থানীয় ৰাইজ । এনেদৰে অসম্পূৰ্ণ হৈ থাকিলে বাৰিষাৰ বৰষুণত যিকোনো মুহূৰ্তত জীয়াঢল নৈৰ পানী বাগৰি বৰদলনিৰ বিস্তীৰ্ণ অঞ্চলত ত্ৰাস সৃষ্টি কৰাক লৈ চিন্তিত একাংশ স্থানীয় ৰাইজ ৷ ইপিনে প্ৰতিবছৰেই বাৰিষাৰ সময়তহে মথাউৰিৰ নিৰ্মানৰ কাম আৰম্ভ কৰাক লৈ ক্ষোভ উজাৰে একাংশ ৰাইজে ৷
Body:ধেমাজি , 21 , মে ,: ইতিমধ্যে বাৰিষাৰ আৰম্ভ হৈছে যদিও অদ্যাপি নিৰ্মাণ সম্পূৰ্ণ হোৱা নাই মথাউৰিসমূহ । ধেমাজি জিলাৰ চকুলোখ্যাত জীয়াঢল নদীৰ কুমটীয়াৰ সোঁপাৰৰ মথাউৰিৰ এটা অংশ নিৰ্মীয়মান অৱস্থাতে আছে । সমগ্ৰ মথাউৰিটো কোনোবা অংশত মাটিৰ কাম সম্পূৰ্ণ হৈছে যদিও ভকত গাঁৱৰ এই অংশত আগবঢ়া নাই মথাউৰিৰ মাটিৰ কামো । সেয়ে মথাউৰিটো দেখাত পথাৰৰ আলি সদৃশ হৈ পৰিছে । ইপিনে প্ৰতিকূল বতৰৰ বাবে সংশ্লিষ্ট বিভাগটোৰ ঠিকাদাৰে কেতিয়ালৈ নিৰ্মাণ সম্পূৰ্ণ কৰিব তাক লৈ সন্দিহান হৈ পৰিছে স্থানীয় ৰাইজ । এনেদৰে অসম্পূৰ্ণ হৈ থাকিলে বাৰিষাৰ বৰষুণত যিকোনো মুহূৰ্তত পানী বাগৰি বৰদলনিৰ বিস্তীৰ্ণ অঞ্চলত ত্ৰাসৰ সৃষ্টি কৰিব পাৰে জীয়াঢল নদীয়ে ।
ইপিনে প্ৰতিবছৰেই বাৰিষাৰ সময়ত হে মথাউৰিৰ নিৰ্মাণৰ কাম আৰম্ভ কৰাক লৈ তীব্ৰ সমালোচনা কৰিছে সংশ্লিষ্ট বিভাগটোৰ অভিযন্তা ,- ঠিকাদাৰসকলক ।তদুপৰি কেৱল বাৰিষা মথাউৰি পৰিদৰ্শন কৰাক লৈ সৰৱ হৈ পৰে স্থানীয় লোক ।
byte......1...2...3...
Pradunya Bharali , Dhemaji , Assam ,21/5/2019
Conclusion: