ETV Bharat / state

বিষয়া-কৰ্মচাৰীবিহীন এটা নিয়োগ বিনিময় কেন্দ্ৰৰ দুৰৱস্থা - ধেমাজিৰ নিয়োগ বিনিময় কেন্দ্ৰ

স্থায়ী বিষয়া আৰু কৰ্মচাৰীবিহীন ধেমাজিৰ এটা নিয়োগ বিনিময় কেন্দ্ৰ ৷ মাত্ৰ দুজন তৃতীয় বৰ্গৰ আৰু দুজন চতুৰ্থ বৰ্গৰ কৰ্মচাৰীৰে চলিছে এই কেন্দ্ৰটো ৷

employment office
নিয়োগ বিনিময় কেন্দ্ৰ
author img

By

Published : Jan 19, 2021, 10:18 PM IST

ধেমাজি,19 জানুৱাৰী : ধেমাজি জিলাৰ নিয়োগ বিনিময় কেন্দ্ৰত নাই কোনো স্থায়ী বিষয়া তথা প্ৰয়োজনীয় কৰ্মচাৰী ৷ ইয়াৰ ফলত জিলাখনত দিনে দিনে বাঢ়ি অহা নিবনুৱাসকলৰ পঞ্জীয়নৰ ক্ষেত্ৰত বিভিন্ন সমস্যাই দেখা দিয়া পৰিলক্ষিত হৈছে ৷

বিভাগটোৰ কৰ্মচাৰীয়ে জানিবলৈ দিয়া মতে, দীৰ্ঘদিন ধৰি বিষয়াবিহীনভাৱে চলি আছে ধেমাজি জিলা সদৰৰ নিয়োগ বিনিময় কেন্দ্ৰটো ৷ লখিমপুৰৰ এগৰাকী সহকাৰী ভাৰপ্ৰাপ্ত বিষয়াই মাজে মাজে কেন্দ্ৰলৈ অহা বুলি কৰ্মচাৰীয়ে সদৰি কৰে ৷

নিয়োগ বিনিময় কেন্দ্ৰ

বিষয়া অভাৱৰ সমান্তৰালকৈ প্ৰয়োজনীয় কৰ্মচাৰী নথকা নিয়োগ বিনিময় কেন্দ্ৰটোত দুজন তৃতীয় বৰ্গৰ আৰু দুজন চতুৰ্থ বৰ্গৰ কৰ্মচাৰীয়ে বিভিন্ন অসুবিধাৰ মাজেৰে কেন্দ্ৰটো চলাই অহা বুলি জানিব পৰা গৈছে ৷

লগতে পঢ়ক : অসম মহিলা কংগ্ৰেছক উভতি ধৰিলে অপৰাজিতা ভূঞাই

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.