ETV Bharat / state

কৰ'ণা আতংকঃ ধেমাজি অসামৰিক চিকিৎসালয়ত দহটা আইচলেচন কক্ষ

কৰ’ণাক লৈ সষ্টম ধেমাজি অসামৰিক চিকিৎসালয়ৰ কৰ্তপক্ষ৷ জনতা কাৰ্ফিউ মানিবলৈ ৰাইজলৈ আহ্বান চিকিৎসকৰ ৷

ধেমাজি
কৰ'ণা আতংকঃ ধেমাজি অসামৰিক চিকিৎসালয়ত দহটা আইচলেচন কক্ষ
author img

By

Published : Mar 21, 2020, 8:43 PM IST

ধেমাজি , ২১ মাৰ্চঃ কৰ'ণাকলৈ ধেমাজি চিকিৎসা বিভাগৰ ব্যাপক তৎপৰতা ৷ ধেমাজি অসামৰিক চিকিৎসালয়ত দহটা আইচলেচন কক্ষ’ ব্যৱস্থা কৰা হৈছে ৷ বৰ্তমানলৈকে 46 গৰাকী বহিঃৰাজ্যৰ পৰা অহা লোকে স্বাস্থ্য পৰীক্ষা কৰিছে ধেমাজি অসামৰিক চিকিৎসালয়ত ৷ আইচলেচন কক্ষত তেওঁলোকক পৰীক্ষা কৰি হোম কোৱাৰেন্টাইন কৰা হৈছে ৷ ইপিনে 22 মাৰ্চত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কৰ'ণা ভাইৰাছৰ সজাগতাৰ বাবে দিয়া জনতা কাৰ্ফিউ মানি চলিবলৈ ৰাইজক আহ্বান জনাই চিকিৎসকসকলে ৷

কৰ'ণা আতংকঃ ধেমাজি অসামৰিক চিকিৎসালয়ত দহটা আইচলেচন কক্ষ

আৰু পঢ়কঃ কৰ'ণা ভাইৰাছৰ গইনা লৈ হাফলংত শাক পাচলিৰ দাম বৃদ্ধি

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.