ETV Bharat / state

ধেমাজিত মহিলা মৰ্চাৰ উদ্যোগত বিশেষ নিৰ্বাচনী সভা

author img

By

Published : Mar 14, 2021, 10:54 PM IST

ধেমাজি নগৰ মণ্ডল মহিলা মৰ্চাৰ উদ্যোগত দেওবাৰে প্ৰমোদ ভৱনত এখন বিশেষ নিৰ্বাচনী সভা অনুষ্ঠিত ৷ সভাত উপস্থিত থাকে প্ৰায় দুই সহস্ৰাধিক বিজেপি মহিলা মৰ্চাৰ কৰ্মী আৰু অন্যান্য কাৰ্যকৰ্তা ৷

dhemaji_bjp_town_mondol_mohila_morcha_conference_
বিজেপি ধেমাজি মণ্ডল মহিলা মৰ্চাৰ উদ্যোগত বিশেষ নিৰ্বাচনী সভা

ধেমাজি,14 মাৰ্চ: ভাৰতীয় জনতা পাৰ্টীৰ ধেমাজি নগৰ মণ্ডল মহিলা মৰ্চাৰ উদ্যোগত দেওবাৰে প্ৰমোদ ভৱনত এখন বিশেষ নিৰ্বাচনী সভা অনুষ্ঠিত হয় ৷ পুৱা ১১ বজাত বন্তি প্ৰজ্বলনেৰে সভাৰ কাৰ্যসূচীৰ শুভাৰম্ভ কৰে জিলা বিজেপিৰ সভাপতি প্ৰেম দত্তই ৷ সভাত প্ৰায় দুই সহস্ৰাধিক বিজেপি মহিলা মৰ্চাৰ কৰ্মী আৰু কাৰ্যকৰ্তাই একেলগে মাতৃ বন্দনা গোৱাৰ পাছত অতিথিসকলক সম্বৰ্ধনা জনোৱা হয় ৷

dhemaji_bjp_town_mondol_mohila_morcha_conference

বিজেপিৰ ৰাষ্ট্ৰীয় কাৰ্যকৰ্তা, প্ৰভাৰী তথা ধেমাজিৰ তত্বাৱধায়ক অনিল কুমাৰ মিশ্ৰ, ধেমাজি জিলা বিজেপিৰ সভাপতি প্ৰেম দত্ত, জিলা বিজেপিৰ মহিলা মৰ্চাৰ সভানেত্ৰী পুষ্পাঞ্জলী চেতিয়া বৰগোঁহাই, ধেমাজি নগৰ মণ্ডল মহিলা মৰ্চাৰ সভানেত্ৰী নিবেদিতা দেউৰী, জিলা বিজেপিৰ উপ-সভাপতি ৰঞ্জনা দত্ত, কিৰণবন দেউৰী আৰু ধেমাজি সমষ্টিৰ বিচাৰক কৃষ্ণ নৰহ উপস্থিত থাকে ৷

লগতে পঢ়ক: নলবাৰীত বিজেপিৰ মুখ্য নিৰ্বাচনী কাৰ্যালয় মুকলি

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.