ETV Bharat / state

কি ছাত্ৰ, কি শিক্ষক সকলোৱে মিলি মাথো নাচিছে বিদ্যালয় প্ৰাংগণত - ঢকুৱাখনা

ঢকুৱাখানাৰ শংকৰদেৱ শিশু নিকেতনত ছাত্ৰ-ছাত্ৰীৰ লগতে জাতীয় সাজপাৰ পৰিধান কৰি এপাক কঁকাল ঘূৰাই নাচিলে শিক্ষক সমাজে

কি ছাত্ৰ, কি শিক্ষক সকলোৱে মিলি মাথো নাচিছে বিদ্যালয়ৰ প্ৰাংগণত
author img

By

Published : Apr 21, 2019, 2:14 PM IST

ঢকুৱাখানা,২১ এপ্ৰিলঃ ছাত্ৰ -ছাত্ৰী সকলক বিহুৰ বিষয়ে সম্যক জ্ঞান দিয়াৰ উদ্দেশ্যে ঢকুৱাখানাৰ শংকৰদেৱ শিশু নিকেতনৰ প্ৰাংগণত আয়োজন কৰা হয় মুকলি বিহুৰ অনুষ্ঠান । সেই উদ্দেশ্যে ছাত্ৰ-ছাত্ৰীৰ লগতে জাতীয় সাজপাৰ পৰিধান কৰি এপাক কঁকাল ঘূৰাই নাচিলে ছাত্ৰ-ছাত্ৰীসকলৰ লগত নাচিলে শিক্ষক সমাজেও।

কি ছাত্ৰ, কি শিক্ষক সকলোৱে মিলি মাথো নাচিছে বিদ্যালয়ৰ প্ৰাংগণত

কেৱল স্কুলীয়া পাঠ্যক্ৰমৰ মাজতে শিক্ষাৰ্থীসকলক আৱদ্ধ কৰি নাৰাখি এইদৰেই জাতীয় উৎসৱ বিহুৰ লগত চিনাকি কৰি দিয়াৰ প্ৰয়াস কৰে শংকৰদেৱ শিশু নিকেতনৰ শিক্ষকসকলে ।

Intro:বিহুক ছাত্ৰ -ছাত্ৰী সকলৰ মাজত চিনাকি কৰি দিয়াৰ প্ৰয়াস কৰি শংকৰদেৱ শিশু নিকেতন,ঢকুৱাখনাই বিদ্যালয়ৰ প্ৰাংগণত আয়োজন কৰিলে মুকলি বিহু।সেই উদ্দেশ্যে ই ছাত্ৰ-ছাত্ৰীৰ লগতে জাতীয় সাজ পাৰ পৰিধান কৰি এপাক কঁকাল ঘূৰাই নাছিলে শিক্ষক সকলে।কেৱল স্কুলীয়া পাঠ্যক্ৰম ৰ মাজতে শিক্ষাৰ্থী সকলক আৱদ্ধ কৰি নাৰাখি এইদৰেই জাতীয় উৎসৱ বিহুৰ লগত চিনাকি কৰি দিয়াৰ প্ৰয়াস কৰিলে এইদৰে।Body:বিহুক ছাত্ৰ -ছাত্ৰী সকলৰ মাজত চিনাকি কৰি দিয়াৰ প্ৰয়াস কৰি শংকৰদেৱ শিশু নিকেতন,ঢকুৱাখনাই বিদ্যালয়ৰ প্ৰাংগণত আয়োজন কৰিলে মুকলি বিহু।সেই উদ্দেশ্যে ই ছাত্ৰ-ছাত্ৰীৰ লগতে জাতীয় সাজ পাৰ পৰিধান কৰি এপাক কঁকাল ঘূৰাই নাছিলে শিক্ষক সকলে।কেৱল স্কুলীয়া পাঠ্যক্ৰম ৰ মাজতে শিক্ষাৰ্থী সকলক আৱদ্ধ কৰি নাৰাখি এইদৰেই জাতীয় উৎসৱ বিহুৰ লগত চিনাকি কৰি দিয়াৰ প্ৰয়াস কৰিলে এইদৰে।Conclusion:Byte:শিক্ষক।

দীপৰঞ্জন চমুৱা, ঢকুৱাখনা।
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.