ETV Bharat / state

ধেমাজিত মইনা পাৰিজাতৰ ৰাজ্যিক শিশু সমাৰোহ

সমাৰোহত অসমৰ ২৪ খন জিলাৰ ১০০টা শাখাৰ পৰা ৪০০০ হেজাৰ শিশু প্ৰতিনিধিয়ে অংশগ্ৰহণ কৰিব

author img

By

Published : Dec 5, 2019, 8:54 AM IST

ধেমাজি
ধেমাজিত মইনা পাৰিজাতৰ ৰাজ্যিক শিশু সমাৰোহ

ধেমাজি, 5 ডিচেম্বৰঃ আগন্তুক ২৬ ডিচেম্বৰ পৰা ২৯ ডিচেম্বৰলৈ বৰ্ণাঢ্য কাৰ্যসূচীৰে ধেমাজি মহাবিদ্যালয়ৰ প্ৰাংগণত অনুষ্ঠিত হ'ব সদৌ অসম মইনা পাৰিজাতৰ ৰাজ্যিক শিশু সমাৰোহ। এই সমাৰোহৰ আয়োজন সম্পৰ্কত বুধবাৰে ধেমাজি প্ৰেছ ক্লাবত এখন সংবাদ মেল সম্বোধন কৰে আদৰণি সমিতিয়ে ৷ সমিতিখনৰ সম্পাদক নৱজ্যেতি দত্তই কয়,সমাৰোহত অসমৰ ২৪ খন জিলাৰ ১০০টা শাখাৰ পৰা ৪০০০ হেজাৰ শিশু প্ৰতিনিধিয়ে অংশগ্ৰহণ কৰিব ।

আনহাতে,অনুষ্ঠানৰ মুকলি সভাত উপস্থিত থাকিব মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱাল ৷ শিশু সমাৰাহোত মুঠ ৩৩ লাখ টকা বাজেট ধাৰ্য কৰা হৈছিল যদিও বৰ্তমান ২৫ লাখ টকাৰে কাম সম্পূৰ্ণ কৰাৰ কথা সদৰী কৰে সমিতিখনে। ইতিমধ্যে ১৫ টা শিবিৰ ব্যৱস্থা কৰিছে ২২ খন উপসমিতিয়ে। লগতে ৩০০ পৃষ্ঠাজোৰা আটক ধুনীয়া এখন স্মৃতি গ্ৰন্থৰ কামো কৰি থকা বুলি মন্তব্য কৰে সম্পাদক গৰাকীয়ে ৷

উল্লেখ্য যে, আগন্তুক 8 ডিচেম্বৰত শিশু সমাৰোহৰ লাই খুটা স্থাপন হ'ব বুলি জানিবলৈ দিয়ে আয়োজক সমিতিয়ে । যাৰ বাবে সকলো ৰাইজৰ সহায় সহযোগিতা কামনা কৰিছে সমিতিখনে ।

লগতে পঢ়কঃ তিনিচুকীয়া আলফাৰ নামত সন্ত্ৰাস : অসহায় বৃদ্ধাৰ কাতৰ আহ্বান "আমি অসমীয়া আমাক জীয়াই থাকিবলৈ দিয়ক"

Intro:ধেমাজিত মইনা পাৰিজাতৰ ৰাজ্যিক শিশু সমাৰোহ

Body:

ধেমাজি , 4 ডিচেম্বৰ ::

অহা ২৬ ডিচেম্বৰ পৰা ২৯ ডিচেম্বৰলৈ বৰ্ণাঢ্য কাৰ্য্যসূচীৰে ধেমাজি মহাবিদ্যালয়ৰ। প্ৰাংগণত অনুষ্ঠিত হব সদৌ অসম মইনা পাৰিজাত ৰ ৰাজ্যিক শিশু সমাৰোহ ‌। এই সমাৰোহ ভাগিৰ আয়োজনৰ সম্পকত বুধবাৰে।আবেলি আদৰণি সমিতিয়ে ধেমাজি প্ৰেছ ক্লাবত এখন সংবাদ মেল আয়োজন কৰি আদৰণি সমিতিৰ সম্পাদক নৱজ্যেতি দত্তই সম্বোধন কৰি কয় যে সমাৰোহ ভাগিত অসমৰ ২৪ খন জিলাৰ ১০০টা শাখাৰ পৰা ৪০০০ হেজাৰ শিশু প্ৰতিনিধিয়ে অংশগ্ৰহণ কৰিব । মুকলি সভাত মুখ্য মন্ত্ৰীগৰাকীয়ে উপস্থিত থকাৰ কথা । ৩৩ লাখ বাজেট ধাৰ্য কৰিছিল যদিও বৰ্তমান ২৫ লাখ টকাৰে কাম সম্পূৰ্ণ কৰাৰ কথা । ইতিমধ্যে ১৫ টা শিবিৰ ব্যৱস্থা কৰিছে ২২ খন উপসমিতিয়ে প্ৰস্তুতি চলাইছে । লগতে ৩০০ পৃষ্ঠাজোৰা আটক ধুনীয়া এখন স্মৃতি গ্ৰন্থ ৰ কামো কৰি থকা বুলি কৈ অহা ৮ ডিচেম্বৰত লাই খুটা স্থাপন হব । সেয়ে সকলো ৰাইজৰ সহায় সহযোগিতা কামনা কৰিছে বুলি ব্যক্ত কৰে ।

speech. নৱজ্যেতি দত্ত ‌‌, সম্পাদক , আয়োজক সমিতি ।

pradunya Bharali , dhemaji, Assam, 4/12/2019

Conclusion:
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.