ETV Bharat / state

জোনাইত ভয়ংকৰ নাও দুৰ্ঘটনা

দুৰ্ঘটনাগ্ৰস্থ নাও খনত আছিল 7 গৰাকী যাত্ৰী ৷ এতিয়াও সন্ধানহীন এগৰাকী 12 বছৰীয়া কিশোৰী ৷

author img

By

Published : Jun 26, 2020, 1:21 AM IST

জোনাইত ভয়ংকৰ নাও দুৰ্ঘটনা
জোনাইত ভয়ংকৰ নাও দুৰ্ঘটনা

জোনাই, ২৫ জুনঃ বৃহস্পতিবাৰে সন্ধিয়া জোনাইত সংঘটিত হ'ল এক ভয়ংকৰ নাও দুৰ্ঘটনা ৷ ফেনে ফুটুকাৰে বাঢ়ি থকা জোনাই নৈত সন্ধিয়া প্ৰায় ৭ বজাত এই দুৰ্ঘটনাটো সংঘটিত হয় ৷ জোনাইৰ ৰাকুট কেমেৰেৰ পৰা ৰোহিত পুৰ দেউৰী গাঁৱলৈ গৈ থকা অৱস্থাত সংঘটিত হয় দুৰ্ঘটনা ৷ দুৰ্ঘটনাটোৰ ফলত ৰশ্মি দেউৰী নামৰ ১২ বছৰীয়া এগৰাকী কিশোৰীৰ সন্ধানহীন হৈ আছে বুলি জানিব পৰা গৈছে ৷

৭ গৰাকী যাত্ৰী কঢ়িয়াই আনিছিল দুৰ্ঘটনাত পতিত হোৱা নাওখনে ৷ সন্ধানহীন কিশোৰীগৰাকীৰ জেষ্ঠ ভংগ্নীয়ে প্ৰশাসনক ঘটনা সম্পৰ্কে অৱগত কৰাৰ পাচতে প্ৰশাসনৰ লোক ঘটনাস্থলীত উপস্থিত হয় আৰু নিশা 9 মান বজাৰ পৰা জোনাই আৰক্ষী আৰু এচ.ডি.আৰ.এফ বাহিনীয়ে উদ্ধাৰ অভিযান আৰম্ভ কৰে ৷ বাতৰি অহাৰ পৰলৈ অব্যাহত আছে উদ্ধাৰ অভিযান ৷
লগতে পঢ়কঃ ৰাজ্যত পুনৰ লক ডাউন বৃদ্ধিৰ সম্ভাৱনা !

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.