ETV Bharat / state

জোনাইৰ চিয়াং নদীত নাও দুৰ্ঘটনা,সন্ধানহীন 3 - সন্ধানহীন

চিয়াং নদীৰ বাঢ়নী পানীতে মঙলবাৰে সন্ধিয়া বেচাপৰিৰ পৰা মিৰিয়া কাল চাপৰিৰলৈ গাখীৰ আনিবলৈ যোৱা এখন ইঞ্জিনচালিত নাও দুৰ্ঘটনাগ্ৰস্ত হয় ৷ নাওখনত থকা 6 জন লোকৰ 3 জনৰ বৰ্তমানলৈকে কোনো সন্ধান পোৱা নাই আৰু আন তিনিজন লোক লংকা চাপৰিত আৱদ্ধ হৈ থকা বুলি জানিব দিয়ে

জোনাইৰ চিয়াং নদীত নাও দুৰ্ঘটনা, সন্ধানহীন 3
author img

By

Published : Jul 10, 2019, 1:31 PM IST

জোনাই,10 জুলাইঃ জোনাইৰ চিয়াং লালী নৈৰ বাঢ়নী পানীত দুৰ্ঘটনাগ্ৰস্ত এখন সৰু ইঞ্জিনচালিত নাও ৷ সন্ধানহীন তিনিজন লোক ৷ আন তিনিজন লোক আৱদ্ধ চাপৰিত ৷ উল্লেখ্য যে, বিগত কেইবাদিনো ধৰি আহি থকা ধাৰাষাৰ বৰষুণৰ ফলত বিপদজনকভাবে বৃদ্ধি পাইছে চিয়াং নৈৰ জলপৃষ্ঠ ৷ চিয়াং নদীৰ বাঢ়নী পানীতে মঙলবাৰে সন্ধিয়া বেচাপৰিৰ পৰা মিৰিয়া কাল চাপৰিৰলৈ গাখীৰ আনিবলৈ যোৱা এখন ইঞ্জিনচালিত নাও দুৰ্ঘটনাগ্ৰস্ত হয় ৷ নাওখনত থকা 6 জন লোকৰ 3 জনৰ বৰ্তমানলৈকে কোনো সন্ধান পোৱা নাই আৰু আন তিনিজন লোক লংকা চাপৰিত আৱদ্ধ হৈ থকা বুলি জানিব দিয়ে ৷ সন্ধানহীন হোৱা লোক কেইজন কান্তে পেগু,নাৰায়ণ নাথ আৰু বিদুৰ ছেত্ৰী ৷ আনহাতে,মহেন্দ্ৰ য়াদৱ,মহেন মোদী, আৰু দিলীপ মিপুন নামৰ লোককেইজন লংকা চাপৰিত আৱদ্ধ হৈ আছে ৷ ইয়াৰে মহেন মোদী নামৰ লোকজনৰ অৱস্থা সংকটজনক বুলি জানিব পৰা গৈছে ৷ ইপালে প্ৰতিকূল বতৰকো নেওচি এছ ডি আৰ এফৰ এটি দলে বুধবাৰে তিনিমাইল ঘাটৰ পৰা আৱদ্ধ হৈ থকা লোক সকলক উদ্ধাৰ কৰিবলৈ লংকা চাপৰিলৈ ৰাওনা হৈছে ৷

Intro:nullBody:জোনাইৰ চিয়াং লালী নদীৰ বঢ়নী পানীত দুৰ্ঘটনাগ্ৰস্থ এখন সৰু ইঞ্জিনচালিত নাওঁ, :: তিনিজন লোক এতিয়াও সন্ধানহীন, তিনিজন লোক চাপৰিত আৱদ্ধ

জোনাই, ১০ জুলাই

যোৱা কেইবাদিনো ধৰি দি থকা ধাৰাষাৰ বৰষুণৰ ফলত বিপদজনক বাবে বৃদ্ধি পাইছে চিয়াং নদীৰ জলপৃষ্ঠ| চিয়াং নদীৰ এই বাঢ়নী পানীত যোৱা কালি সন্ধিয়া বেচাপৰিৰ পৰা মিৰিয়া কাল চাপৰিৰলৈ গাখীৰ আনিবলৈ বুলি যোৱা এখন ইঞ্জিন চালিত নাওঁ দুৰ্ঘটনাগ্ৰস্থ হোৱাত নাওঁখনত থকা ৬ জন লেকৰ ৩ জনৰ আজিলৈ কোনো সন্ধান পোৱা নাই আৰু আন তিনিজন লেক লংকা চাপৰিত আৱদ্ধ হৈ থকা বুলি জানিব পৰা গৈছে| সন্ধানহীন হোৱা লোক কেইজন হল কান্তে পেগু, নাৰায়ণ নাথ আৰু বিদুৰ ছেত্ৰী আনহাতে মহেন্দ্ৰ য়াদৱ, মহেন মোদী, আৰু দিলীপ মিপুন নামৰ লোককেইজন লংকা চাপৰিত আৱদ্ধ হৈ আছে আৰু ইয়াৰে মহেন মোদী নামৰ লোকজনৰ অৱস্থা সংকট জনক বুলি জানিব পৰা গৈছে| ইপালে প্ৰতিকূল বতৰকো নেওচি SDRF ৰ দলে আজি তিনিমাইল ঘাটৰ পৰা আৱদ্ধ হৈ থকা লোক সকলক উদ্ধাৰ কৰিবলৈ লংকা চাপৰিলৈ ৰাওনা হৈছে|

কৰবীদলে, জোনাইConclusion:null
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.