ETV Bharat / state

অসমত পুনৰ গঠন হ'ব বিজেপি চৰকাৰঃ অশ্বিনী পাইট - BJP will again form government in Assam : Ashwini Pait

অসমৰ জনসাধৰণে ৰাজ্যখনত পুনৰ বিজেপি চৰকাৰ গঠন কৰিব বুলি মন্তব্য কৰে ভাৰতীয় জনতা পাৰ্টীৰ ধেমাজি জিলাৰ মুখপাত্ৰ অশ্বিনী পাইটে ৷ মঙলবাৰে সংবাদমেল সম্বোধন কৰি এই মন্তব্য কৰে মুখপাত্ৰগৰাকীয়ে ৷

অশ্বিনী পাইট
অসমত পুনৰ গঠন হ'ব বিজেপি চৰকাৰঃ অশ্বিনী পাইট
author img

By

Published : Aug 19, 2020, 7:52 AM IST

ধেমাজি, 19 আগষ্টঃ অসমত পুনৰ গঠন হ'ব বিজেপি চৰকাৰ ৷ অসমৰ জনসাধাৰণে বিচাৰে বিজেপি চৰকাৰ ৷ মঙলবাৰে এই মন্তব্য কৰে ভাৰতীয় জনতা পাৰ্টীৰ ধেমাজি জিলাৰ মুখপাত্ৰ অশ্বিনী পাইটে ৷ মঙলবাৰে ধেমাজি জিলা কুলাজানৰ মাইহাং হোটেলৰ সভাকক্ষত ধেমাজি জিলা বিজেপিৰ এখন পৰিচয় সভা অনুষ্ঠিত কৰাৰ পিছতে সংবাদমেল সম্বোধন কৰি আগন্তুক বিধানসভাৰ নিৰ্বাচনক লৈ এইদৰে কয় মুখপাত্ৰগৰাকীয়ে ৷

অসমত পুনৰ গঠন হ'ব বিজেপি চৰকাৰঃ অশ্বিনী পাইট

অসমত পুনৰ ভাৰতীয় জনতা পাৰ্টীৰ চৰকাৰ গঠন হোৱাটো সকলোৱে বিচাৰে । লগতে আগন্তুক নিৰ্বাচনত ধেমাজি আৰু জোনাই বিধানসভাৰ সমষ্টি দুটাৰ প্ৰাৰ্থী নিৰ্বাচনৰ সম্পৰ্কে মুখ্যমন্ত্ৰীগৰাকীয়ে ভালদৰে অনুধাৱন কৰি নিৰ্ণয় কৰিব বুলি মন্তব্য কৰে । একেদৰে ধেমাজি বিজেপিৰ সভাপতি প্ৰেম দত্তই আগন্তুক বিধানসভাৰ নিৰ্বাচনত ধেমাজি আৰু জোনাই দুখন বিধানসভাৰ ভাৰতীয় জনতা পাটিৰ দখললৈ নি সৰ্বানন্দ সোণোৱাল আৰু নৰেন্দ্ৰ মোডীক উপহাৰ দিব লাগিব বুলি মন্তব্য কৰে ।

আৰু পঢ়কঃ লামডিঙৰ সাধুখুটিত কিশোৰৰ সলিল সমাধি

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.