ETV Bharat / state

পৰম্পৰাগত উদ্যোগিক পুনঃৰ্নিমাণ আঁচনিৰ অধীনত অৰুণাচলত চিএফচি উন্মোচন

author img

By

Published : Oct 3, 2020, 9:45 AM IST

নিজকে আত্মনিৰ্ভৰশীল কৰি তুলিবলৈ নিবনুৱা যুৱক-যুৱতী সকলক নিজাববীয়াকৈ উদ্যোগ গঢ়ি তুলিবলৈকো আহ্বান জনাইছে বিধায়ক নিনং ইৰিঙে ৷

arunachal  devlopment news
পৰম্পৰাগত ঔদ্যোগিক পুনঃৰ্নিমাণ আঁচনিৰ অধীনত অৰুণাচলৰ অয়ান গাঁৱত চি এফ চি উন্মোচন

জোনাই, 3 অক্টোবৰঃ পৰম্পৰাগত উদ্যোগিক পুনঃৰ্নিমাণ আঁচনিৰ অধীনত শুকুৰবাৰে অৰুণাচলৰ অয়ান গাঁৱত এক Common Facility Centre উন্মোচন কৰা হয় । লিচাং দঃঞি পঃলঃ ৱেলফেয়াৰ চ’ছাইটিৰ উদ্যোগত অনুষ্ঠিত হোৱা অনুষ্ঠানত কেন্দ্ৰটো উন্মোচন কৰে নিনং ইৰিঙে ।

উন্মোচনী অনুষ্ঠানত পূৱ ছিয়াংত ৰেচম পালন আৰু উৎপাদনে যোৱা দুটা বছৰত দ্ৰুত গতিত অগ্ৰাধিকাৰ লাভ কৰি অহা বুলি বিধায়কগৰাকীয়ে উল্লেখ কৰি কেন্দ্ৰীয় ৰেচম ব’ৰ্ডে অঞ্চলটোৰ বহু আঁচনি ৰূপায়ন কৰাৰ কথাও সদৰি কৰে। নিজকে আত্মনিৰ্ভৰশীল কৰি তুলিবলৈ নিবনুৱা যুৱক-যুৱতীসকলক নিজাববীয়াকৈ উদ্যোগ গঢ়ি তুলিবলৈকো আহ্বান জনাইছে বিধায়কগৰাকীয়ে । অনুষ্ঠানত ফেশ্বন ডিজাইনাৰ অনিমা টায়োং, চিলে-অয়ান স্থানীয় যুৱক মুহিম পাইত, সমাজকৰ্মী মজিত পাৱ আদিকে ধৰি বহুকেইগৰাকী বিশিষ্ট ব্যক্তিয়ে উপস্থিত থাকে।

পৰম্পৰাগত উদ্যোগিক পুনঃৰ্নিমাণ আঁচনিৰ অধীনত অৰুণাচলৰ অয়ান গাঁৱত চি এফ চি উন্মোচন

লগতে পঢ়কঃ তেজপুৰত নিৰ্মাণ হ’ব ৰাজ্যৰ তৃতীয়খন মিনি ফুড পাৰ্ক

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.