ETV Bharat / state

জোনাইত অংগনবাড়ী কৰ্মী, সহায়িকাৰ ৰাষ্ট্ৰীয় পুষ্টি মাহ দিৱস পালন - জোনাই

সমগ্ৰ ৰাইজৰ লগতে বুধবাৰে জোনাইত পালন কৰা হয় ৰাষ্ট্ৰীয় পুষ্টি মাহ দিৱস কাৰ্যসূচী ৷ এই সমদলত মুৰ্কংচেলেক সংহত শিশু উন্নয়ন প্ৰকল্প বিষয়া আৰু জোনাইৰ মহকুমাধিপতিয়ে অংশগ্ৰহণ কৰে ৷

জোনাইত অংগনবাড়ী কৰ্মী, সহায়িকাৰ ৰাষ্ট্ৰীয় পুষ্টি মাহ দিৱস পালন
author img

By

Published : Sep 4, 2019, 7:57 PM IST

জোনাই, ৪ ছেপ্টেম্বৰঃ সমগ্ৰ ৰাইজৰ লগতে বুধবাৰে জোনাইত পালন কৰা হয় ৰাষ্ট্ৰীয় পুষ্টি মাহ দিৱস কাৰ্যসূচী | জোনাইৰ মুৰ্কংচেলেক সংহত শিশু উন্নয়ন প্ৰকল্পৰ উদ্যোগত অনুষ্ঠিত কৰা হয় এই ৰাষ্ট্ৰীয় পুষ্টি মাহ দিৱস | কাৰ্যসূচীত প্ৰকল্পটোৰ অন্তৰ্গত প্ৰায় পাঁচ শতাধিক অংগণবাড়ী কৰ্মী আৰু সহায়িকাই মুৰ্কংচেলেক অংগণবাড়ী কেন্দ্ৰৰ পৰা পুষ্টিহীনতা মুক্ত কৰক, বাল্যবিবাহ বন্ধ কৰক, সুস্থ সবল এখন ভাৰত গঢ়ক আদি বিভিন্ন শ্ল'গান দি সমদল কৰে ৷ ইপিনে এই সমদলত মুৰ্কংচেলেক সংহত শিশু উন্নয়ন প্ৰকল্প বিষয়া আৰু জোনাইৰ মহকুমাধিপতিয়ে অংশগ্ৰহণ কৰে |

Intro:Body:জোনাইত অংগনবাড়ী কৰ্মী সহায়িকা ৰাষ্ট্ৰীয় পুষ্টি মা দিৱস পালন

জোনাই ৪ ছেপ্টেম্বৰ

সমগ্ৰ ৰাইজৰ লগতে আজি জোনাইত পালন কৰা হয় ৰাষ্ট্ৰীয় পুষ্টি মাহ দিৱস কাৰ্যসুচী | জোনাইৰ মুৰ্কংচেলেক সংহত শিশু উন্নয়ন প্ৰকল্প উদ্যোগত অনুষ্ঠিত কৰা এই ৰাষ্ট্ৰীয় পুষ্টি মা দিৱস | কাৰ্যসুচীত প্ৰকল্পটোৰ অন্তৰ্গত প্ৰায় পাঁচ শতাধিক অংগাণবাড়ী কৰ্মী সহায়িকাই মুৰ্কংচেলেক অংগণাবাড়ী কেন্দ্ৰৰ পৰা পুষ্টিহীনতা মুক্ত কৰক, বাল্যবিবাহ বন্ধ কৰক, সুস্থ সবল এখন ভাৰত গঢ়ক আদি বিভিন্ন শ্লোগান দি সমদল কৰি আহে মুৰ্কংচেলেক সংহত শিশু উন্নয়ন প্ৰকল্প বিষয়া আৰু জোনাইৰ মহকুমাধি নিসৰ্গ হিৱৰে অংশগ্ৰহণ কৰে |

কৰবী দলে জোনাই Conclusion:
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.