ETV Bharat / state

ধেমাজিত আছুৰ বিশেষ অভিনন্দন অনুষ্ঠান - HSLC

২০১৯ বৰ্ষত হাইস্কুল শিক্ষান্ত আৰু উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত পৰীক্ষাত কলা, বাণিজ্য আৰু বিজ্ঞান শাখাত ডিষ্ট্ৰিংচন আৰু ষ্টাৰ নম্বৰ পাই সুখ্যাতিৰে উত্তীৰ্ণ হোৱা ধেমাজিৰ কৃৰ্তীমান ছাত্ৰ-ছাত্ৰী সকলক আছুৰ সম্বৰ্ধনা ৷

ধেমাজিত আছুৰ বিশেষ অভিনন্দন অনুষ্ঠান
author img

By

Published : Jun 19, 2019, 5:33 AM IST

ধেমাজি , ১৮, জুন : ধেমাজি আঞ্চলিক ছাত্ৰ সন্থাৰ উদ্যোগত মঙলবাৰে ধেমাজি মহাবিদ্যালয়ৰ শিশু শিক্ষা উৎকৰ্ষ সাধন কেন্দ্ৰত ধেমাজি আঞ্চলিক ছাত্ৰ সন্থাৰ অন্তৰ্গত বিদ্যালয় আৰু মহাবিদ্যালয়ৰ পৰা ২০১৯ বৰ্ষত হাইস্কুল শিক্ষান্ত আৰু উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত পৰীক্ষাত কলা, বাণিজ্য আৰু বিজ্ঞান শাখাত ডিষ্ট্ৰিংচন আৰু ষ্টাৰ নম্বৰ পাই সুখ্যাতিৰে উত্তীৰ্ণ হোৱা কৃৰ্তীমান সকলক বিশেষ অভিনন্দন অনুষ্ঠানৰ জৰিয়তে সম্বৰ্ধনা জনোৱা হয় ৷

ধেমাজিত আছুৰ বিশেষ অভিনন্দন অনুষ্ঠান

আঞ্চলিক ছাত্ৰ সন্থাৰ সভাপতি জয়ন্ত বৰগোঁহাইয়ে পুৰোহিত্য কৰা সভাত মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰি সদৌ অসম ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক লুৰিণজ্যোতি গগৈয়ে ছাত্ৰ-ছাত্ৰীসকলক উদ্দেশ্য কৰি কয় যে, নিজকে মেৰুদণ্ড থিয় কৰি শক্তিশালী মানুহ হিচাবে গঢ়ি তোলাৰ উপৰিও সমাজ খনো উজলাই তুলিব লাগিব ৷

উল্লেখ্য যে, এই অনুষ্ঠানত আঞ্চলিক ছাত্ৰ সন্থাৰ অন্তৰ্গত ১১ খন বিদ্যালয়, মহাবিদ্যালয়ৰ মুঠ ১২৮ গৰাকীৰ ভিতৰত ১০০ গৰাকী ছাত্ৰ-ছাত্ৰীক অভিনন্দন জনোৱা হয় ।

Intro:ধেমাজিত আছুৰ বিশেষ অভিনন্দন অনুষ্ঠান

Body:ধেমাজি , ১৮, জুন : ধেমাজি আঞ্চলিক ছাত্র সন্থাৰ উদ্যোগত মংগলবাৰে ধেমাজি মহাবিদ্যালয়ৰ শিশু শিক্ষা উৎকৰ্ষ সাধন কেন্দ্ৰত ধেমাজি আঞ্চলিক ছাত্র সন্থাৰ অন্তৰ্গত বিদ্যালয় আৰু মহাবিদ্যালয়ৰ পৰা ২০১৯ বৰ্ষত হাই স্কুল শিক্ষান্ত আৰু উচ্চতৰ মাধ্যমিক ৰ চূড়ান্ত পৰীক্ষাত কলা , বাণিজ্য আৰু বিজ্ঞান শাখাত ডিষ্ট্ৰিংচন আৰু ষ্টাৰ নম্বৰ পাই সুখ্যাতিৰে উত্তীৰ্ণ হোৱা কৃৰ্তীমান সকলক বিশেষ অভিনন্দন অনুষ্ঠানৰ জৰিয়তে সম্বৰ্ধনা জনোৱা হয় । সমবেতৰ সংগীতেৰে অনুষ্ঠান আৰম্ভ হোৱাৰ পিছত আদৰণি ভাষণ আগবঢ়াই ধেমাজি আঞ্চলিক ছাত্র সন্থাৰ সাধাৰণ সম্পাদক কৰুণজ্যোতি তেতিয়াই । আঞ্চলিক ছাত্র সন্থাৰ সভাপতি জয়ন্ত বৰগোঁহাইয়ে পুৰোহিত্য কৰা সভাত মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰি সদৌ অসম ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক লুৰিণজ্যোতি গগৈয়ে ছাত্র-ছাত্ৰীসকলক উদ্দেশ্য কৰি কয় যে নিজকে মেৰুদণ্ড থিয় কৰি শক্তিশালী মানুহ হিচাবে গঢ়ি তোলাৰ উপৰিও সমাজখনো উজলাই তুলিব লাগিব ।

উল্লেখ্য যে আজি অনুষ্ঠানত আঞ্চলিক ছাত্ৰ সন্থাৰ অন্তৰ্গত ১১ খন বিদ্যালয় - মহাবিদ্যালয়ৰ মুঠ ১২৮ গৰাকী কৃতীমানৰ ভিতৰত ১০০ গৰাকী ছাত্ৰ -ছাত্ৰীক অভিনন্দন জনাই ।

speech....Lurinjyoti gogoi.

Pradunya Bharali , Dhemaji , Assam ,18/6/2019

Conclusion:
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.