ETV Bharat / state

ছিপাঝাৰত কোন হ'ব বিজেপি মিত্ৰজোঁটৰ প্ৰাৰ্থী ?

বিজেপি মিত্ৰজোঁটৰ দখলত থকা বহু কেইটা সমষ্টিত প্ৰাৰ্থীক লৈ লাগিছে আউল ৷ অগপই ছিপাঝাৰ সমষ্টিত আসন বিচৰাক লৈ ক্ষোভিত হৈ পৰে বিজেপি কৰ্মী সকল ৷ কোনো কাৰণতে অগপক নিদিয়ে ছিপাঝাৰ সমষ্টি ৷

ছিপাঝাৰত কোন হ'ব বিজেপি মিত্ৰজোঁটৰ প্ৰাৰ্থী ?
ছিপাঝাৰত কোন হ'ব বিজেপি মিত্ৰজোঁটৰ প্ৰাৰ্থী ?
author img

By

Published : Mar 3, 2021, 4:27 PM IST

দৰং,3 মাৰ্চ: নিৰ্বাচনৰ দিন ধাৰ্য কৰাৰ পাচতে সমষ্টিয়ে সমষ্টিয়ে আৰম্ভ হৈছে প্ৰাৰ্থীত্ব প্ৰত্যাশীৰ দৌৰ ৷ তাৰ মাজতে বিজেপি মিত্ৰজোঁটৰ দখলত থকা বহু কেইটা সমষ্টিত প্ৰাৰ্থীক লৈ লাগিছে আউল ৷ একেটা সমষ্টিতে দুয়োটা দলে নিজৰ দখলত ৰখাৰ বাবে চেষ্টা চলাই থকাৰ মাজতে দৰঙৰ ছিপাঝাৰত বিজেপি কাৰ্যালয়ত বিজেপি কৰ্মীৰ ক্ষোভ ৷ অগপই সমষ্টিটোত আসন বিচৰাক লৈ ক্ষোভিত হৈ পৰে কৰ্মী সকল ৷

ছিপাঝাৰত কোন হ'ব বিজেপি মিত্ৰজোঁটৰ প্ৰাৰ্থী ?

বিজেপি কৰ্মীৰ মতে, ছিপাঝাৰ সমষ্টিবাসীয়ে নিবিছাৰে অগপ প্ৰাৰ্থী ৷ 15 বছৰে নিৰ্বাচিত হৈ অহা বিনন্দ কুমাৰ শইকীয়াক বিচাৰিছে ছিপাঝাৰ সমষ্টিবাসীয়ে ৷ বিজেপি কাৰ্যালয়ত কৰ্মীৰ ক্ষোভ দেখি ছিপাঝাৰ আৰু পাথৰিঘাট মণ্ডল সমিতিয়ে বিষয়তো সন্দৰ্ভত পুনৰ আলোচনা কৰিবলৈ ৰাজ্যিক বিজেপিক আহ্বান জনাইছে ৷ এফালে আঞ্চলিক দল অসম গণ পৰিষদক এইবাৰ ছিপাঝাৰ বিধান সভা সমষ্টিৰ আসন এৰি দিয়াৰ বাবে এক সংবাদমেল যোগে দাবী উত্থাপন কৰিছিল দলটোৰ ছিপাঝাৰ বিধান পৰিষদে ।

লগতে পঢ়ক: বিজেপিয়ে অগপক এৰি দিব চেঙা সমষ্টি !

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.